চতুর্দশ সধ্যায়। ১৩৯
পুষ্টি সাধন কৰিব নোৱাৰে । আমাৰ প্রত্যেকৰ aga আৰু হ্বাধীনতা আপোনালোকৰ সম্মান আক স্বাধীনতাৰ ওপৰত নিৰ্ভৰ কৰিছে) আপোনালোকে Ras হেঁচি পদু কৰি ৰাখিবৰ সেট কৰিলে, সঁচাকৈয়ে নিজে নিজেই পঙ্গু হব। তাকে নকৰি আপোনালোকে fas মানুহ হবলৈ সকলো! ৰকমে সাহাব কৰক। এই কামত আপোনালোকৰ বৰেষ্ট পৰিশ্ৰম হব পাৰে, বথেষ্ট অর্থ আক সময় ব্যত্ন হব পাবে, যথেষ্ট ক্ষতি হব পাবে, কিন্তু অতি অল্প দিনৰ ভিতৰতে ইয়াৰ স্ুদেমূলে লাভ ভোগ কৰিব পাৰিব। আপোনালোকৰ চেষ্টাই অতি লোনকাণেই WEA Ad কৰিব, আৰু লগে লগে বুজবাজাও ধন্য BA |
যদি আপোনালোকে নিগ'জাতিক তুঁণিবলৈ চেষ্টা কৰে, হেনে অনতিদুৰ ভবিষ্যতে ৮০ লক্ষ নতুন কণ্ঠৰ পৰ| আমেৰিকাৰ বশোগান SIS হব,-- ৮০ লক্ষ নতুন কঠই জননী জন্ম চুমিৰ বন্দনা গীত গাব। কিন্তু যদি আপোনালোকে স্বাৰ্থত্যাগ কৰি এই অবনত সমান্লক তুলিবলৈ চেষ্টা নকৰে, এই ৮০ লক্ষ কই আপোনালোকৰ বিকদ্ধে দেশময় নিন্দ৷ বটাব। আজি যদি আপোনালোকে নিগ্র'জাতিৰ বাহুবল সংৰক্ষিত কৰিবলৈ প্রপ্জাদী হয়, অনতিদূৰ ভবিষ্যতে দেখিব ১৬০ লক্ষ নতুন হাতে আপোনালোকৰ মাতৃভূমিৰ cat তুনি ধৰি আপোনালোকৰ বাহুৰ বোজ| পাতল কৰিব। আকু বনি আপোনালোকে তেওঁলোকৰ বাহুবলৰ পুষ্ট বাধন কৰিবলৈ চেষ্ট| নকৰে, তেনেহলে দেখিব, আপোনালোকৰ" বিন-কালত ১৬০ লক্ষ হাতে আপোনালোকক পিচলৈ টানিব। হয় আমি যুক্রুৰাঙ্জাৰ দক্ষিণ-অঞ্চনৰ espa শক্তিত নহয্ন আমি ইয়াৰ এক-হ্ Shas, দছুৰ্ম্মণত|। হন আমালোকৰ দ্বাৰা এই অঞ্চনৰ কার্ধ/ক্ষমতা, চবিত্রবন্তা। বুদ্ধিঘ্৷ অংশ বাঢ়িব, নহয় ইয়াৰ অংশ, অপটুহ, চবিব্রহীনতা আকৰ অজ্ঞত| বাঢ়িব। হয় আমি দক্ষিণ-অঞ্চসৰ আধিক আক বাদনৈতিক উন্নতিৰ বস্তু স্বৰ হম,
.