সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৬ বুকাৰ বাচিংটন ৷

সকলো স্বাধীন জাতিয়েই বিবেচনা কৰা! বে, কবিতা বচনাৰ বি কৃতিত্ব, খেতিবাতিতো সেই কৃতিত্ব । যি সকলে কোনো এক সমাজক ধনে AAR উন্নত কৰিছে, তেউলোকব সন্মান কবিতটক কোনে! গুণেই কম নহয্ব । আমিও এই ধনসম্পদবুদ্ধিব কাৰণে মনোযোগী হোৱ| উঠিত। গুৰিৰ কথা পাহৰি গ’লে উন্নতিৰ ওখ খাপবোৰ উঠিব নোৱাৰিম। অনাহ্কতে হাত সাবটি বহি থাকি স্মুযোগবোব পাব হৈ যাবগৈ এৰি feat অনুচিত| ৰ

মই মোৰ চাহাব ভাই সকরৰ প্রতিও দু-আধাৰবান কৰ ৰোজে|। আপোনানোকো য’তে আছে, FF তাতেই বাল্‌ত পেনাওক-ম'পোন! 'লোকৰে| অভাব মোচন হব। কাম কৰিবৰ নিমিত্তে বিদেখৰ পৰা মানুহ ‘আনিবৰ একো] আৱশ্যক নাই। স্বদেশৰ নিথ'নমাজব মাজতেই ata পেলাওক--আনেবিকাৰ নিগ্ৰ'জাতিৰ লগত সকলো বিষয়তে fiat প্রীতি হৈ কাম কৰক--"দেখিব অবেৰিকা জননী ছদিনতে প্রান পৰাক্ৰান্ত হৈ উঠিব।

এই নিগ্’ও আপোনালোকবে ভাই। তেওঁলোক আপোন|- লোকৰ স্ুখনুখৰ alata) আপোনালোক তেওঁলোকৰ প্রতি at নহয়নে ? নিগ্রোজাতিৰ স্বভাবচৰিত্ৰৰ কথা আপোনালোকে নঞ্জনাকৈ থকা নাই। তেওঁলোকৰ চৰিত্র আৰু প্রভুভক্তিৰ আপোনালোকে ‘যথেষ্ট পৰিচয় পাইছে। বিশেষ কি এই wal ননাঙ্গেই আপোনালোকৰ আর্থিক উন্নত্ৰি প্রধান অবনদ্বন | তেওঁলোকেই অকৰাৰ দৰে ইমান দিন আপোনালোকৰ থেতিবাতি কৰি দিছে। তেওঁলোকে কেতিয়াও eas কৰা নাই! আপোনালোকক ঠেকত সেলাই তেওঁলোকে নিজৰ বানচ বা আন অধিকাৰ বঢ়াবৰ নিমিত্তে চেষ্ট৷ কৰ| নাই। তেওঁলোকে বিনা বাক্যব্যয়ে আপোনালোকৰ হাবি চাক। কৰিছে,