সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘চতুৰ্দ্দশ অধ্যায়।

ভৰ্জ্জিয়া প্ৰদেশ গভৰ্ণৰ বুলকে এটা সক বতুতা ৰি arias কাম আৰম্ভ কৰিলে। তেওঁৰ পিচত ধৰ্ম্মগুৰু নেলচনে এটা স্তোত্ৰ পাঠ কৰিলে। ইয়াৰ পিচত মিষ্টাৰ আলবার্ট হাৱেলে এটা কৰিত| পাঠ কবিলে। চু

এইবোৰ কাম হৈ যোৱাৰ পিচত সন্নিগনৰ কাম আৰম্ভ হল 1 erie সভাপতিরে তেওঁৰ অভিভাষণ পাঠ কবিলে। মহিলা বিভাগৰ সভাপতি শ্রীমতী টমচনেও এটি সক বক্তৃতা দিলে। তাৰ পিচত বুলকে মোক সভাৰ মাজত চিনাকি দি ক’লে, “এওঁৰ নাম বুকাৰ ৰাচিংটন,--নিএ’পমাজৰ এজন নেতা আৰু নামজ্বন| প্রতিনিবি। তেওঁ আজি আমাক নিজাতিব- কৃতিত্ব আক সভ্যতাৰ বৰণ দি অনুগৃহত কৰিব খুজিছে |”

মই বত দিবলৈ ates কৰিলে । চাৰিও ফালৰ পৰ| অন্নধ্বনি ‘আৰম্ভ হ'ল। হেজাৰ হেজাৰ মানুহৰ চোকা দৃষ্টি মোৰ প্িনে পৰিল। মই এই বক্তুত| দিলো:

“সভাপতি মহাশয়, প্রদর্শনীব আৰু সন্মিলনৰ কর্তানকল আৰু মোৰ মৰমৰ ৰাইজ |

দক্ষিণ অঞ্চলৰ এক তৃতীয়াংশ মানুহ নিগ'জাতিৰ অন্তৰ্গত। এই নিথ’জাতিক বদ দিলে দক্ষিণ অঞ্চলত কোনে| অনুষ্[নেই সফরত| লাভ কবিব নোৱাৰে। এই অঞ্চনৰ আর্থিক, নৈতিক আৰু ৰাজনৈতিক উন্নতিৰ অর্থে ক’ল| জাতিৰ সহযোগিতা গ্রহণ কৰ৷ সকলোৰে

আৱশ্যক ৷