সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰেয়োদশ অধ্যায় । ১২৯

মোৰ মনত নানা ভাব ধখেলাবলৈ ধৰিলে । কি বিষয়ে বক্তৃতা দিব লাগিব, তাকে| নেজানিছিলো। মই অতি ধীৰভাৱে ছুই জাতিৰ সমস্তাবোৰ দকৈ বুজিবটৈ চেষ্ট৷ কর্বছিলো। ইতিমধ্যে গোটেই আমেৰিকাৰ বাতৰিকাকতবোৰে প্রকাশ ভাৱে মোক নানা পৰামৰ্শ দিবলৈ ধৰিলে। কোনে| কোনো কাকতে লিখিলে অমুক অমুক বিষয় আলোচনা কৰা উচিত; অমুক অমুক বিষয়ে প্রশ্ন নোতোলাই ভাল। কোনো কোনে! * কাকতে দ্িখিলে-_ব্বাচিংটনে এই কথা যেন সভাত তোলে ।”__ইত্যাি। মোৰ স্ব্জাতি আৰু দক্ষিণ অঞ্চলৰ চাহাববকলেও মোক নানা পৰামৰ্শ দিবলৈ ধৰিলে । দি ঘি হওক, মই মোৰ নিজৰ কৰিব লগীয়| কাম ঠিক কৰি পেলালো | ১৮ চেপ্টেম্বৰত সভা বহিব । তাৰ আগেয়েই মই বন্তৃত| লিখি পেলালোঁ, টাস্কেসীৰ শিক্ষকসকলৰ আগত মই বক্তৃতা পঢ়ি শুনল । তেওঁলোকৰ আলোচনা অনুসৰি কোনে| কোনো ঠাইত হাত কুৰাণে। 1

১৭ চেপ্টেম্বৰৰ দিনা ল’বাতিৰোত| লৈ সভালৈ ৰেলত যাত্ৰা কৰিলে| | বেলত উঠিব খোজোতেই aaa চাহাব খেতিয়কে dBi কৰি ক'লে, “ভাই বাচিংটন। তুমি ইমান দিন উত্তৰ অঞ্চলত নিগ্ৰ’ৰ মাজত, আৰু আমি দক্ষিণ aera মানুহৰ আগত বেচ বক্তৃতা কৰিছিল৷, কিন্তু এইবাৰ তুমি টান কামত হাত feel, সকলোৰে আগত বক্তৃতা কবিব লাগিব। এই পৰীক্ষাত উঠিব পাৰিলেহে তোমাক মানুহ বুনি জানিম।” দেই খেতিয়কে মোৰ মনৰ ভাব ঠিক ধৰিব পাৰিছিল। সি ঘি হওক, তেওঁৰ কথাই মোক অলপে। ভাল লগাব নোৱাৰিছিল।

ane যাবগৈ ধৰিলে।। ষ্টেচনে ষ্টেচনে অনেক চাহাৰ আৰু নিবে মোক লৈয়েই নানা আলোচন। কৰিবলৈ ধৰিলে। কোনো “কোনোৱে মোক আঙপিয়াই ৰেখুৱালে। গাৰীৰ পৰা! নম| মাত্ৰকে