প্রথম অধ্যায়। 2 ৯
আহত হোৱ| ল’ব| দুজনক আনি প্রাণপণে শুআযা কবিছিলে।। তেওঁ লোকৰ শোৱাপাট'ৰ ওচৰত বহি পৰ দি কেইবাৰাতিও কটাইছিলে! ইয়াৰ উপৰিও যেতিয়| আমান গৰাকীনকল যুদ্ধলৈ যায়--ঘৰত মতা মানুহ কোনো নাথাকে--তেতিয়া আমিয়েই তেওঁলোকৰ ঘৰবথীয়| হৈ থাকো) তেওলোকৰ লগ’ৰাতিৰোতা, ধন-মম্পত্তি আদি ৰক্ষাৰ ভাৰ আন্তাৰ ওপৰতেই আছিল | নিগ্োজাৰ্তিৰ সত্যনিষ্ঠা বিশ্বাসপৰাপ্নণতাৰ আভাস ইয়াৰ ‘পৰাই কিছু বুজিব পাহি। কোনে| নিগ্ৰোৱেই, কি গোলামী অৱস্থাত, কি মুক্ত অৱস্থাত কেতিয়াবা--বিশ্বাসধাতকতা কৰাৰ দৃষ্টান্ত পাবলৈ নাই।
আমাৰ জাতিভাইদকলে প্রভুসকলৰ প্রতি পেটত বেয়| ভাব নাৰাধি- য়েই সন্তুষ্ট নাছিল। তেওঁলোকে হুখত পবা আগৰ প্রভুলকলক সাহাবা কৰিছিল। কিয্ননেো মানুহৰ চিৰকাল একেদৰেই নাযায়। যুক্তৰাজ্যৰ গৃহকন্দলৰ পিচত দক্ষিণ aera প্রভূপকল বৰ কষ্ঠত পৰিছিল। তেনে কষ্টৰ HATS তেওঁলোকক নিৰ্খ্বোৱে নকলো কামতে সাহায্য কৰিছিল ae সম্প্ৰদায়ৰ বহুত ল্লৰাছোৱালীয়ে গোলামঞ্জাতিৰ সহায়তে ধিখ[পঢ়া শিকি ভাল মানুহ, হোৱাৰ কথা মেই stat) এঙ্গন তেনে প্রনূপস্তান কুচঁবিত্ৰৰ দোষত ধাৰত শোত খাইছিল। গোলামহঁতে নিজৰ বেয়| অবস্থা ae সকলোৱে পইচা তুলি তেওঁক সহায় কৰিছিল। কোনোৱে তেওঁক অলপ কফি, কোনোৱে অলপ মাংস, আৰু কোনোৱে অলপ চেনিকে দিছিল? নিগ্রোজুইপকলৰ অনুগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰি এইজন মানুহ এতিয়াও জীয়াই আছে! পুৰণি প্রভূৰ ল’ৰ| বা তেওঁৰ কোনো গদ্বন্ধীয় ল'ৰ| বুলি কৈ যদি কোনো বগ|-চামবাই নিশখ্বোৰ আগত নিজৰ দুখৰ কথ! কয়, তেন্তে মই ডাঠি ক’ব পাৰে, যুক্তৰাজ্যৰ দক্ষিণ অংশত এনে কোনে নিগ্ৰো নাই, ঘি 23483 * ডাক 0
. .