ত্ৰয়োদশ অধ্যায় | ১২৫
যিবিলাক মানুহে Rare পীড়ন কৰিছিল অথবা তেওঁলোকক হেঁচি ৰাখিবলৈ যত্ন কৰিছিল, মই ডেকাকালত তেনে মানুহক বৰ বিণ কৰিছিলোঁ৷ আজিকাপি কিন্তু তেনে মানুহক দেখিলে পুতৌ কৰে| । কিয়নো এই চিৰপৰিবৰ্ত্তননীল সংসাৰত কাকে| কোনেও বেচি দিন হেঁচা দি ৰাখিব নোৱাৰে । কাৰণ সকলোৰে এদিন উন্নত অৱস্থ| আহিবই আহিব, আক তেনে হেঁচা দিওঁতে নিজে নিজে লাজ পাবই পাব ।
মেচিডেনৰ বক্তৃতাত মোৰ নাম চাত্তিওপিনে বৈ বৈ গ’ল। কিন্তু দক্ষিণ-অঞ্চলতে| চাহাবসকলৰ আগত মোৰ মতবোৰ প্রচাৰ কৰিবৰ বিশেষ ইচ্ছা আছিল। সৌভাগ্যক্ৰমে এনে এটা স্থযোগো আহি পৰিল।
১৮৯৩ চনত জর্জিয়া! প্রদেশৰ আট্লাণ্টা নগৰত এখন বৰ ডাঙৰ খৃষ্টান সভাৰ আয়োজন হৈছিল। সেই সময়ত বোষ্টন নগৰতো মোৰ বৰ কাম আছিল। তথাপিও জর্ঞিয়াৰ নিমপ্বপ ৰক্ষা কৰিলে!। বোইনৰ পৰা আট্জাণ্টা ২০০০ মাইল আতৰ। ইপিনে ৰেলেৰে গলেও বন্ভৃতা দিয়া সময়তকৈ আধা ঘণ্ট। আগেয়েছে সেইখিনি পাবগৈ পাৰি। তাতে আবে কেৱল পাঁচ মিনিট সময়হে বক্তৃতা কৰিব পাৰিম। আটলাণ্টাত মোটে এট সময় থাকিয়েই আকৌ ৰেলত cantata ঘূৰি আহিব লাগিব। দিঘি হওক, বক্ত্তা| কৰিবৰ এই স্মুযোগ নেৰিলে| |
সেই সভাত প্রায় ২০০০ হেজাৰ মানুহ গোট খাইছিল। মই পাচ মিনিট eect sheet) সেই সভাত মোৰ শিক্ষাপ্ৰণাণী আৰু লগে লগে নিঞ’জাতিৰ কর্তব্য আৰু দারিত্বৰ কথাও ভাঙি ক'লো। কাগজে পত্রে মোক প্রশংসা কৰিবলৈ ধৰিলে) মোৰ কাৰ্য্য উদ্ধাৰ হ’ল। দক্ষিণ- অঞ্চলৰ চাহাবসকলৰ মাজত মোৰ নাম বৈ গ’ল}
ইয়াৰ পিচত Wate সকলোৱেই মোক বভ্ভতা দিবলৈ টনাটনি কৰিবলৈ ধৰিলে। sax কাম এৰি চাৰিওপিনে বন্তুতা দি ফুৰিব
৯