44
ত্ৰয়োদশ অধ্যায় | পাঁচ মিনিটৰ +e I |
‘প’ৰ্টাৰ হল” সজাৰ পিচতে ল’ৰ|-ছোৱালীৰ সংখ্যা আকৌ বাঢ়িবলৈ ধৰিলে। দুখীয়া অথচ বুধিয়ক ল’ৰা-ছোৱালীবিলাকে স্কুলত নাম লগাবলৈ দৰখাল্ত দিবলৈ ধৰিলে। তেওঁলোকৰ নিমিত্তে ১৮৮৪ চনত এখন বাতিৰ স্থূল খুঁনিলো। ১২ জন ছাত্র লৈ কাম আৰম্ভ কৰিলো। তেওঁলোকে দিনত ১০ ঘণ্টাকৈ coral sheet বা শিল্পত খাটি ৰাতি aud পঢ়িবলৈ পাইছিল। কামৰ বানচন্ববপ খোৱা| খৰচৰ বাহিৰেও Ba তেওঁলোকক নগদ দিছিলৌ। এই টকা তেওঁলোকে Fase জমা বাথিছিল। এইদৰে দুবছৰ তেওঁলোকে ৰাতিৰ স্কুলত কটাই দিনৰ স্কুলত ভর্তি হব পাৰিছিল। এইদৰেই যোৱাঁ পোন্ধৰ বছৰ ৰাতিৰ স্থূলৰ কাম চলি আহিছে। এতিয়! সেই gat ছাত্ৰৰ সংখ্যা ৪৫৭ জন।
বাত্ৰি স্কুল ছাত্ৰৰ অগ্রি-পৰীক্ষা। কিয়নো, সেই স্কুলৰ নিমিত্তে আন্তৰিক ami নাথাকিলে, কোনেও ইমান কঠিন পৰিশ্ৰম কৰি এনেকৈ জীৱন কটাব নোৱাৰে |
দিনৰ স্কুলত নাম লিখাই দিয়াৰ পিচতে| তেওঁলোকক এটা নহয় এটা aes লগাই দিছিলে ater ভিতৰত চাৰিদিন তেওঁলোকে আন সাধাৰণ ছাত্ৰৰ দৰে লিখাপঢা কৰিছিল। তাৰ বাহিৰেও গৰমৰ তিনিমহীয়| বন্ধতে| তেওঁলোকে খাটিব লগাত পৰিছিল। এইদৰেই ৰাতিৰ ga পৰীক্ষাত Sad te দিনৰ স্কুণত Fal পাই অনেক far মত| মাইকী “মানুহ হৈছে। আৰু সেই কাৰণেই এতিয়া! য'তে ত’তে