দ্বাদশ অধ্যায় | ১১৯
পৰিব অনুগ্রহ কৰি মোলৈ পঠাই দিব। মই 40,000. টকা পর্য্যন্ত পাওনা- দাববিলাকক শোধ দিবলৈ গাত লৈছো) ৰু
এইটো] এটা! ডাঙৰ দানৰ কথা ক’লোঁ। ইয়াৰ বাহিৰেও মই সৰু সৰু দান অসংখ্য পাইছে।। এই সক-স্বৰ| দানৰ বাবেই টাস্কেগীৰ কথা সকলো ঠাইতে প্রচাৰিত হৈছে। এই সক সক দানবোবতেই আমি হেজাৰ হেজাৰ মানুহৰ সহানুভূতি লাভ কৰিছো । মোৰ মনেৰে যেই সেই অনুষ্টানবিলাক এনে সৰ সক দানৰ ওপৰতেই SID আৰু হৈ উঠে। মুষ্টিভিক্ষাব ওপৰত উঠা অনুষ্ঠানবিলাকক নিজৰ সম্পত্তি বুণি গৌৰৱ অনুভব কৰে। এই ক্ষুদ্ৰ দান এটা কথা catal আবশ্যক | *আমাৰ gaa পৰা বছৰি যিবিলাক ল’ব| বাহিৰ হৈ গৈছে, তেওঁলোকেও নিয়ম মতে আমাক সাহায্য কৰি থাকে । এই দৰেই তেওঁলোকে আমাৰ লগত জীবন ব্যাপি ave বাধি
০.
প্রথম তিনি বছৰৰ কাৰ্য্যৰ ফহত আমি আলাবাগ! প্রদেশৰ দৰবাৰৰ পৰা বঢ়া হাৰত সাহায্য পাই আহিছোঁ৷ প্রথমে আমি ৬০০০২ টকা! কৈ বছৰি পাইছিলো, তাৰ পিচত ৯০০০২ কৈ পালো আৰু এতিয়া বছৰি ১৩,৫০০, কৈ পাব লাগিছে৷ ।
“্ল্লটাৰ ভাণ্ডাৰ" নামে ভড়াল এটাৰ পৰাও আমি মোট! দান পাইছে? আগেয়ে আমি ৩০০০২ কৈ পাইছিলো, কিন্তু এতিয়া আমাৰ কাৰ্য্য দেখি ভড়ালৰ কৰ্ত্তাস কলে ৩৩,০০০২ হেজাৰ কৰি দিছে
ইয়াৰ বাহিৰেও আমি ‘পীবডি’ ভড়ালৰ পৰাও সাহায্য পাইছে । প্রথমতে বছৰি ১৫০০২ টকাকৈ পাইছিলো; এতিয়া বছেৰেকত ৪৫০০১ কৈ পাইছে।।
এই দুই ভড়ালৰ পৰা! সাহায্য পে'ৱাৰ লগে লগে মই কেইবাঙ্গনো