এ বুকাৰ বাচিংটন।
৩) আমালোকৰ স্কুলৰ পবা বছৰে বছৰে অনেক গ্ৰেজুৱেট ছাত্র বাহিৰ হৈছে। তেওঁলোকে দক্ষিণ-অঞ্চলৰ প্রত্যেক প্রদেশতে কাম কবিছে। লাইব্রেবী fess হ’লে কব সাহায্যত সমস্ত নিগ্ৰ’- জাতিৰ মাজত সৎসাহিত্য estes হব পাৰিব )
৪) আমাৰ আৱশ্যকীয় ঘৰ ater নিমিত্তে আনুমানিক খৰচ ৬০,০০০২ টক| লাগিব। ইটা গঢ়া, fale কাম আদি ঘৰ সজা সকলো কান আমাৰ ল’ৰ|বিলাকেই কৰিব।
৫ | গতিকে আপোনাৰ দানেৰে তিনটা কান কৰিব পৰা হ'ব। প্রথমেতে লাইব্ৰেৰী Aa হব, দ্বিতীয়তে সেই কামৰ লগতে ল’ৰাবিলাকে কিছুমান নতুন শিল্প নিকিব আকু” তাৰ বাহিৰে কাম কৰি ল’ৰাবিলাকে যি বানচ পাব তাৰে তেওঁলোকৰ স্কুলৰ খবচ চলিব।
অস্তান্ত কিবা জানিবলগীয়| থাকিলে পিচত জানিব পাৰিব।
- ইতি নিবেদক--
বুকাৰ টি ৱাচিংটন, পৰিচালক, টাঙ্কেগী শিল্প-বিদ্যালয় }
ঠিকনা__
- এওঁ, কাৰ্ণেগি
৫ ওৱেষ্ট ৫১ নং BS নিউরর্ক। বথা সময়ত উত্তৰ আহিল__-”মই আপোনাৰ মহৎ SS আন্তৰিক সহানুভূতি প্রকাশ কৰিছোঁ৷ আপোনাৰ সতৎকাৰর্য্যত যোগদান দিব পাৰি মই নিজে নিজেই কৃতাৰ্থ মানিছো। ঘৰ সাঙোতে বি বিল