সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৬ বুকাৰ ৱাচিংটন ৷

ara) এই অনুপাতে ৬২ টকাৰ পবা শেষত আমি তেওঁৰ পবা এক লক্ষ পঞ্চাশ হাগাৰ টকা পালে| ।

ইয়াৰ কিছু দিনৰ পিচতে বোষ্টন নগৰৰ টি,নিটি ধৰ্ম্মমন্দিৰৰ প্ৰচাৰক ৰেভাৰেও উইন্‌চেষ্টাৰ ডোনাল্ড মহাশয়ক সাহ কৰি নিমন্ত্ৰণ কৰিছিলো। তেওঁৰ পবা দু-আষাৰ ধৰ্ম্মৰ বিষয়ে কথ! গুনিবৰ মন আছিল। তেওৰ লগত অনেক মানুহ আহিবৰ কথ! আছিল। এই উপলক্ষে স্কুলত ধুমধাম পৰি গ’ল। স্কুলত ঠায়ে নাটে দেখি চন্দ্ৰতাপ wh আক ঠাই কৰা গ'ল। লতা-পাতা আৰু ফুল দি গোটেই ঠাই asta হ'ল। মানুহ আহি ভৰি পৰিল। বক্তা আৰম্ভ হোৱাৰ পিচতেই হুৰ হুৰ কৰে বৰষুণ আনিবলৈ ধৰিলে। সভাপতি vista বৰষুণত তিতিবলৈ ধৰিলে। আমাৰ মানুহ এজনে তেওঁৰ মূৰত ছাটি ধৰিলে। বহুত বেলিৰ মূৰত বৰষুণ এবাত আকৌ বক্তৃতা হবলৈ ধবিলে। সভা! শেষ হোৱাত সভাপতি মহোদয়ে সাঞ্জপাৰ সলাই ক'লে, “ৱাচিংটন, Beets যি বিৰাট কাও দেখিছোঁ, ইয়াত এট! বৰ ডাঙৰ ধৰ্ম্মমন্দিৰ হোৱ| আবশ্যক |”

এই কথা তেতিয়াও প্রচাৰিত হোৱা নাছিল। কিন্তু আচৰিত কথা এই যে পিচ দিনা ৰাতিপুৱ| ইটানিব পব| এখন চিঠি পালো ছুজনা ভদ্রমহিলাই আমাৰ ধর্মমন্দিবব সকলো খৰচ বহন কৰিবলৈ গাত লৈছে!

সম্প্ৰতি শ্ৰীযুত এও, কার্েগি মহোঁদরব পবা মই ৬০,০০০২ টকা পালে।। এই ধনেৰে এটা লাইব্ৰেৰী সাজিবৰ দিহা কৰিলে|। ইমান দিন আমাৰ লাইব্ৰেৰীথৰ নাছিল বুলিলেও চলে। এট সক কাঠৰ কুঠৰীতে আমাৰ কিতাপবোৰ বখা হৈছিল। কোঠাটো মুঠেই ১২ ফুট দীঘল StF পাচ ফুট বহল আছিল। কিন্ত আজি কার্ণেগিব কৃপাত এক