৮ “_ বুকাৰ ৰাচিংটন ।
উঠে। দীত সবাবলৈ বিমানু কষ্ট, এই ছোল| পিন্ধাৰ কষ্টও তাতকৈ বেচি হলেও কম নহয়। ৰৱেষ্ট-ভাৰ্জিনিয়াৰ গোলামপটীত এবিধ খহটা কাপোবৰ ছোলা আমাক পিন্ধিবলৈ দিয়া হৈছিল। নতুনতে এই ছোলাবোৰত৷অলেথ কীইট থাকে। ছালত সেই কাইটবোবে বৰকৈ few) মোৰ গাব ছাল আনতকৈ ফোমল আছিল, গতিকে দেই ছোলা পিন্ধি মই বৰ দুখ পাইছিলে?। কিন্তু কি কৰিম? দেই ছোল| APS লেই নহয়। ৰ টু ই
এবাৰ মোৰ ককাইদেউ ‘জনে’ মোৰ দুখ দেখিব নোৱাঁৰি মোৰ ছোলাটো| তেওঁ ৩০1৩২ দিনমান পিন্ধি কাইটবোৰ ভোটা কৰি মোক পিন্ধিবলৈ দিছিল। ভালেমান দিনলৈকে, গোলামী-যুগত সেই ছোলাই মো একমাত্র পোছাক আছিল।
মোৰ ছুবাবস্থাৰ কাহিনী শুনি আপোনালোকে ভাবিব পাৰে যে, দক্ষিণ অঞ্চলৰ গোলামবিলাকে তেওঁলোকৰ গবাকীদকলক পেটে পেটে বৰ বেয়| পাইছিল! আচল কথ| ক’বলৈ গলে, আমি তেনে অসৎ ভাব কেতিয়াও সনত ঠাই দরিয়া নাছিলো। আমি জানিছিংন1” যে, আমাক চিৰকাল গোলাম কৰি ৰাখিবৰ নিমিত্তেই তেওঁলোকে উত্তর অঞ্চলৰ মানুহবিলাকৰ লগত যুজিছিল। আমাৰ গবাকীপকল যুঁজত জিকিলে বে, আমি চিৰকাল গোলাম হৈ থাকিব লাগিব, সেই কথাও "বেচটৈ জানিছিলে।। তথাপিও আমি আমাৰ গণাকীসকলৰ প্রতি কেতিয়াও শত্ৰুতা ভাব পোষণ কৰা নাছিলে।। বৰঞ্চ, সকলো সময়তে তেওঁলোকৰ, সুখত সুথী হৈয়ে আছিলে। । a
Faw আমাৰ গৰাকীৰ এজন ডেকা পুতেক মৰ| পৰে আৰু দুঙ্গন আহত হয়। এই ঘট্নাত আমাৰ গৰাকীৰ পৰিয়ালে যিমান বেজাৰ পাইছিল, গোলামপটীৰ মানুহে Ges x বেঙ্গাৰ গোর নাছিল।
থাকোঁতে,