১১২ বুকাৰ বাচিংটন।
আহে। কেতিয়াবা কোনো মানুহৰ আফিচলৈ গ’লে, দেখ| পাওঁ মোৰ আগেয়েও দান বিচাৰি ১২ জনমান মানুহ বহি atte) অনেক ধনী মানুহে নিজৰ নাম প্রকাশ নকৰি কিমান ধন বে, দান কৰে এই খবৰ কেইঞ্জন মানুহে ভানে? মই কেইবাজনে| ধনী মানুহৰ কথা জানো, তেওঁলোকে নিজব নাম প্রকাশ নকবি হেজাৰ হেজাৰ টক| সজ কামৰ নিমিত্তে দান কৰে, অথচ তেওঁলোকে ধন নিদিয়ে বুলি অনেকে তেওঁলোকক গালি পাৰে ।
এটা উদাহৰণ fas) নিউয়ৰ্কত ছুজনা ভদ্ৰমহিলাই আমাৰ ঘৰকেইট| কৰেতে যথেষ্ট পৰিমাণে সহায় কৰিছে, অথচ তেওঁলোকৰ নাম কোনেও নেজানে । তেওঁলোকৈ আমাৰ স্ুললৈকো যথেষ্ট টকা দান কৰিছে। ইয়াৰ বাহিৰেও তেওঁলোকে নীববে অনেক সঙ্গ কামত হেজাৰ- হেজাৰ টকা! দিব লাগিছে, অথচ তেওঁলোকৰ নাম এতিয়ালৈকে কোনে| কাগজত ছপা হোৱা নাই।
হেজাৰ হেজাৰ Bai মোৰ হাতত পৰিছে, আৰু টাস্কেগীৰ fife সেই টকা মই পানীৰ দৰে খৰচ কৰিছে৷ এই কথা কোনে নেজানে ? কিন্তু আচলতে ক’বলৈ গ’লে, এই টকা মই “ভিক্ষা” কৰি পোৱ| নাই। মই কেতিয়াও ‘ভিক্ষা’ কৰা নাই। গতিকে মোৰ ‘ধন তোলা” কামক মই কেতিয়াও “ভিক্ষা বৃত্তি’ বুলি কব নোখোলোঁ। কিয়নো, মই জানে! যে, ভিক্ষা কৰি ধন পোৱা cata) দিনে বাতিয়ে ডাঙৰ মানুহৰ ঘৰত বহি ধনৰ কথা তুলিলে বা তেওঁলোকৰ যশস্ত| গালে ধন পোৱা নাযায়। & তেনে কাম কৰে তেওঁলোক সঁচাকৈয়ে আত্মসন্মানবোধ- বিহীন মগনীয়া ! কিন্তু মোৰ আত্মসন্মানম্ডান সদায় আছে। মই পৰৰ আগত কেতিয়াও সক বা নীচ বুলি নেভাবে।। মই জানো» বিধন ঘটি ধনী হব জানে তেওঁ খৰচ কৰিবও জানে।