সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায়। ১০৫

ag কৰিছিল। মই তেওঁলোকৰ এনে যত্নত যাৰপৰনাই at হৈছিলে ।

টাস্কেগীৰ চাহাবদকলে আজিকালি মোক সন্মান কৰে। অনেক সময়ত তেওঁলোকে নিজে উপযাচি আহিও মোক শ্ৰদ্ধা দেখুবার । টাস্কেগীৰ বাহিৰেও চাহাবসকলে আমাক ভক্তি আৰু শ্ৰদ্ধা কৰে। মই কেইবা ঠাইতো আৰু কেইব| সময়তো চাহাবসকলৰ পৰা| আদৰ- অভ্যর্থনা পাইছে৷ এদিন টেঙস্কোচ প্রদেশত ৰেলেৰে ফুৰিছিলে। । প্রত্যেক ষ্টেচনতে অনেক মেম আৰু চাহাবে মোক উপযাচি সম্ভাষণ জনাইছিল। মই তেওঁলোকক চিনি নেপাও-- কিন্তু তেওঁলোকে মোৰ নাম শুনিছিল। সকলোবেই মুখত কেবল একেটা কথাকে শুনিছিলে_-“আপুনি আমাৰ দক্ষিণ অঞ্চলত ঘি সদ্কাৰ্য্যত ব্ৰতী হৈছে, তাৰ নিমিত্তে আমি সকলোবিলাক মানুহ গোৌববান্ধিত। আপোনাক আমাৰ অন্তৰব কৃতজ্ঞতা লনাইছে।।”

আক এবাৰ মই চাহাবসকলৰ মৰমৰ অত্যাচাৰত পৰিছিলো । এদিন উত্তৰ অঞ্চলত, ae উঠি এঠাইত ফুৰিবলৈ গৈছিলে|। শেষত ভাগৰ লগাত বেচি ধন দি এটা শোৱা কোঠাত সোমালে।। নেই কোঠাতেই geal ইয়াঙ্কী মহিল| আছিল। মই তেওঁণোকক চিনি পলো তেওঁলোক ছুজনা বোইন নগৰব এঘৰ ডাঙৰ মানুহৰ ছোৱালী | তেওঁলোকে মোক তেওঁলোকৰ ওচৰতে ঠাই দিলে। প্রথমতে তেওঁলোকৰ লগলৈ বাব ুখুদ্িছিলো, কিন্তু তেওঁলোকৰ অনুৰোধ এৰাব নোৱাৰি তেওঁলোকৰ লগতে খাৰলৈ বাধ্য wet) অলপ পৰৰ পিচতে cedex আদেশত, হোটেলৱালাই খান! আনি হাজিৰ কৰিলে। ste দেখি মই বৰ লাঙ্গ eit) সেই গাৰীতে অনেক চাহাবো আছিল। তেওঁলোকে মোক ভালবৈয়ে