১০৪ বুকাৰ বাচিংটন ৷
সময়ত বৰ জাৰ আছিল। আমি ল’ৰাবিলাকক আন নেলাগে বিছনাকে কৰি faa নোৱাৰিছিলে।। ল’ৰ|ইতে জ৷ৰত বৰ কষ্ট পাইছিল, কিয়নো বেচি ভাগ ল’ৰাই মাটিত শুব লগাত পৰিছিল, আৰু ইপিনে গাত ল’বলৈ বেচিকৈ কাপোৰে| নাছিল। অনেক সময়ত নই ৰাতি উঠি তেওঁলোকক সান্তনা দিছিলে।! কোনোটো কোঠাত সোমাই দেখে৷,--কেইবাটাও ল’বাই জাবত শুব নোৱাৰি জুইকে সাবটি ধৰিছে।
এহন বাতি বৰ বেচি জাৰ পৰিছিল। পিচৰিনাপুৰা ধৰ্ম্মমন্দিৰত তেওঁলোকক নুধিলো। “কাণি ৰাতি কোন কোন জাবত ঠেৰেঙাঁ লাগিছিল?” মোৰ কথা শুনি কেৱল তিনিজন লৰাই হাত দাঙিলে। ইমান কষ্টত পৰিও কোনেও এদিনলৈকে বেজাৰ পোৱ| নাছিল। কিয়নো আমি তেওঁলোকৰ কষ্ট নিবাৰণ কৰিবৰ নিমিত্তে বে, কিমান যত্ন কৰিছো, সেই কথা তেওঁলোকে ভালকৈয়ে জানে। শিক্ষকে বাতে কোনো কষ্ট নেপায়, তেওঁলোকে তালৈ হে চকু ৰাখিছিল। তেওঁলোকে নিজৰ কষ্টক কষ্ট বুগিয়েই নধৰিছিল।
সেই সময়ত অনেকৰ দৃঢ় বিশ্বাস আছিল যে, কোনো নিগ্ৰ’ক দারিত্বপূর্ণ কাম দিলে, আন নিগ্ৰ'ৰে তেওঁক নেমানিব। কিন্তু মোৰ ১৯ বছৰৰ স্সভিজ্ঞতাৰ ফলত কওঁ যে, তেনে ঘটনা এতিয়ালৈকে হোৱা নাই। এতিয়ালৈকে কোনে! ছাত্ৰই শিক্ষক বা আন কৰ্ম্মচাৰাক অপমান বা নিন্দা কৰাৰ কথা মোৰ মনত নপৰে। তেও'লোকেও গুৰু ভক্তি জানে আৰু গুকজনক শ্রদ্ধা কৰে। অনেক সময়ত দেখিহো, মই কেতিয়াবা কিবা ডাঙৰ টোপোণ| abi অন! দেখিলে, ল'ৰাহতে হাতৰ পবা কাঢ়ি লয়। কেতিয়াবা বৰষুণত তিতি কিবা কাবণত আন ঠাইলৈ যাব লগা হলেও ল'বাহতে মোৰ মুৰৰ ওপৰত ছাট ধ্ৰেহি। এই দৰেই আন শিক্ষক সকলকে| স্থখেৰে ৰাখিবলৈ তেওঁলোকে অতিপাত