সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

a বুকাৰ বাচিংটন।

পাৰেঁ|। দিঘি হওক, যোৱা কুৰি বছৰৰ নিক্ষাৰ কলত আজি দক্ষিণ অঞ্চলত অনেক নিগ্ৰ’ডেকাই ইটাৰ ব্যৱসায় কৰি পেটৰ ভাত মোকলাই খাইছে।

এই ইটাৰ ব্যৱমায়ৰ পৰা মই এটা নতুন শিক্ষা পালে।। বি- বিলাক চাহাবৰ লগত আগেয়ে আমাৰ চিনাপৰিচয় নাছিল, বা যিবিলাকে আমাক কোনো ৰকমে সহানুভূতি নেৰেখুৱাইছিল, এতিয়া| তেওঁলোকেও আমাৰ ইটা ভাল দেখি কিনিবলৈ ধৰিলে। এতিয়া তেওঁলোকে ভালকৈয়ে বুজি পালে, যে শিক্ষাই নিগ/বিলাকক

বাবু কৰি তোলা নাই, বৰঞ্চ আমি . তেওঁলোকৰ উপকাবতে আহিছে! ৷ এইদৰেই কিনা বেচা কৰি থাকোঁতেই ছুই জাতিব মাজত ভাল ভাব are হ’ল। এতিয়া দক্ষিণ অঞ্চলৰ এই ছই জাতিৰ মাজত কোনো বেয়| ভাব নাই। বজ্তৃতাৰ দাবা ঘি কাম সহজে কৰিব নোৱাৰি, ইটাৰ ব্যৱসায়ৰ দ্বাৰা সেই কান অতি সহজেই সাধিত হ'ল? এতিয়া চাহাবসকলে বুছিলে যে, আমাক বাদ দিলে তেওঁলোকৰ কোনো কামেই দিদ্ধ নহয়।

মোৰ অভিজ্ঞতা এই যে, কথাতকৈ কামৰ মূল্য অনেক গুণে বেচি । কিযনো মানুহ, কুতিত্ব আৰু সৌন্দৰ্য্যৰ দাদ) fates বদি এটা সুন্দৰ ঘৰ সাজে, সেই সুন্দৰ ঘৰ চাহাবদকলৰ চকুত BAT লাগিব । গুণৰ আদৰ কোনে নকৰে?

ইয়াৰ পিচতে আমি বাগী আক গাৰী তৈয়াৰ কৰাত লাগি গ’লে| | আলিকাণি আমাৰ gra নিমিত্তে এনে ধৰণৰ ১২ খন ভাল ate} আৰু বাগী আছে। এটাই কেইখন ছাতবিলাকে নিজহাতে কৰিছিল। এনেকুৱ| আক কিছুমান কবি বছাৰত বেচি ধন আনিলোঁ । এই গাবী-কাৰবাৰতে| KIA লগত আমাৰ FSA আগতকৈ

2