পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বী ণ - ব ৰা গী

 নীলিমাৰে খেলিমেলি,
কতনা কালৰ মানৱ সন্ততি
 আৰাধিছে বিয়াকুল
বিশ্বৰ প্ৰেমত বিভোৰ মগন
 উছৰ্গি ভকতি ফুল।
মোৰেই মুখেদি মানৱ প্ৰাণৰ
 ফুটক আকুল মাত,
মোৰে চিন্তাতেই গূঢ় ৰহস্যৰ
 সত্য হক প্ৰতিভাত।

 

 বীণ-বৰাগী সমাপ্ত