পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


       
            নীলিমাৰে খেলিমেলি,
কতনা কালৰ মানৱ সন্ততি
            আৰাধিছে বিয়াকুল
বিশ্বৰ প্ৰেমত বিভোৰ মগন
            উছৰ্গি ভকতি ফুল।
মোৰেই মুখেদি মানৱ প্ৰাণৰ
            ফুটক আকুল মাত,
মোৰে চিন্তাতেই গূঢ় ৰহস্যৰ
            সত্য হক প্ৰতিভাত।





বীণ-বৰাগী সমাপ্ত