এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
motes যাত্রা | সকতে এদিন দেখে? পদুলিত চলিছে যাত্ৰীৰ দল | দেখাক দেখিয়ে লগ ললো মই বাদ্ধিলে? প্রাণত বল ॥ ৮ CI উছাহ কোনে চায় মত. "= লৰালি কালৰ কথা । দিগন্ত বিয়াপি প্রাণৰ হেঁপাহ উছলি নেমানে বধা ॥ অচিনাকী মই চিনাকী হলে? গৈ at বাত্রীৰ বেশ । Wea উদ্দেশে এৰি ঘৰ বাঁৰী i নৰল চিন্তাৰ লেশ ॥ Wal শেষ নাই পৰা মোৰ 6 কোনে কব ক’ত তাৰ ওৰ ?
আত্মদান ৷ হাত নেপাতিবী আশা ভঙ্গ হব, ধ্ৰিবী সকলে| কাম | 84