এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বীণ-ববাগী । 34435513198
মোতে শিকি দেখুৱায় মোকে মোৰ ভাৱ । মোবেই বীহীটি কাঢ়ি বজাওঁ বজাওঁ ॥ মই জঁৰা চন্দ্ৰতাপ. মোৰে মূৰত থয় | জোন বেলি তবা মাথো Bar মুক্তাময় ৷৷
মোক এবি জগতে নে| কিবা কথা| কয় । অনাদি পুৰাণ মোব আজিলৈকে বয় ॥ মনে AGL বাজ্যখন ভাঙি আকৌ ময়ে | ডাঙৰ বাজ্যব স্তি পাতো নতুনকৈয়ে ॥ ময়ে দুষ্ট দমিবলৈ সন্ত সাধু হওঁ ৷ ময়ে GOI উদ্ভণ্ডালি ঘূৰি পাতি থওঁ ॥ মোব ডারবতে মই বহন বাকি দিওঁ । নয়ে বতাহছাটি হৈ Tans নিওঁ ॥ পখিল| ময়েই হও, ফেচু হৈ খেদো । মোব ধেমালিৰ অন্ত ময়ে হব নিদে| ॥ মোৰ হিয়াখনি মই মোকেই বিলাপ . প্ৰেম বেহানিৰে ভৰি নাও বাই যাওঁ ॥ মোৰেই প্রতিমাটীক wl বুলি মাতো । ময়ে মোত বির! সোমাই ময়ে ঘৰ পাতে| ॥