সমললৈ যাওক

পৃষ্ঠা:বীণ-বৰাগী আৰু প্ৰপঞ্চ আদি কবিতাৱলী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাণ-বৰাগী |

| ফুলনিব ফুল লখিমী জীয়ৰী

1 দলিছে ভৰিৰে হায় !

৷ সৰগী বস্তুৰ কি জানিব মোল ?

\ পৃথিবী পাপৰ ঠাই |

ধৰ্ম্মৰ নামত অধৰ্ম্মৰ বেহ।' দেখিলে বিৰাগ হয় ।

ধনব লে৷ভত পাপ AG পাতি

( কপটী গুৰুৰ জয় |

ভাটৌৰ দৰে আওবাই শাস্ত্ৰ ফুৰে গিয়ানী বোলাই ।

এজন যে আছে সকলোৰে সাক্ষী BAC নকৰে ভয় ॥

হে ane বীণ, কি শুনিব| আৰু, দুখবে উপৰি দুখ | দুখবে পোহাব সংসাবব মেলা, নাই নাই নাই BA । (নিকিনলৈ কিয় দুখতে দুৰ্দশা 2) =. _ নির্দয় বিধান ইটো ৷ ৮ ১০