এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বীণ-বৰাগী 1
কণা কড়ি এটালৈকে লাগে দন্দ, নেজানে আপোন পৰ ॥ সোৱাদ নজন! মাতে৷টি মুখব, বেজাৰ দিবহে পাৰে । Wane ব্মুৰি তিতাবেই পূৰ আপদ চপাই মাৰে ॥ ০ ই ৰান্ধে, কুটুমেই বাড়ে, টুমে কুটুমক খায়। কুটুমৰ তেজেৰে বন্তি ছ্বলালে --মাজিয়| ভকেভকায় । / মানুহ তেজ শুহি শুহি খায় " মানুহ ৰাক্ষসে চোর 1 চোকা চোকা মাতে বিন্ধে পআণলৈকে,* নুবুজে আনৰ feat ।
কুটু
এবিধ চোৱীচো| মুখৰ সোৱাদে জিনিলে জগতখন |
হলাহল বাকি পিছেহে শুহিব * লোকব প্রণব ধন ॥
fe