পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ডেভিদ বৰুৱা, অনিৰুদ্ধ বুঢ়াগোহাঁই, সঞ্জীৱ বৰুৱা, ৰূপজ্যোতি চেতিয়া, বিকাশ দত্ত, লোচন গগৈ, দেৱজিত বৰা, যদুমণি গগৈ, দীপক কুৰ্মী, লিপিকা, সত্যসিন্ধু, অহিংসা, ৰিন্টু চুতীয়া, প্ৰাঞ্জল কোঁৱৰ, প্ৰাঞ্জল দ্বীপ গগৈ, ৰাতুল বৰা, ৰমেন গগৈ, নিলমণি বুঢ়াগোহাঁই, মনোজ শইকীয়া, অচ্যুত ৰঞ্জন গগৈ, জানমণি, চুম্পি, জ্ঞানভী, বেদান্ত, মাইনা, ডিম্পী, সোণমণি, জয়শ্ৰী, হেমন্ত, আদিত্য, মন্টু, মিন্টু।

 ফেচবুকৰ শুভাকাংশী বন্ধুসকল আৰু মোৰ জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা আত্মীয় স্বজন তথা বন্ধুসকল, প্ৰকাশিত কবিতা পঢ়ি ফোন কৰা অনুৰাগীসকল, বেটুপাতৰ শিল্পী কবি সত্যজিৎ নাথ আৰু ছপাশাল ‘মা-ডিজিটেল’ (প্ৰিন্টিং প্ৰেছ)ৰ স্বত্ত্বাধিকাৰীৰ লগতে কৰ্মকৰ্তাসকল।