পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বৰ্ণযুগ
প্ৰাপ্তিতে নাই
প্ৰেম
অ-প্ৰাপ্তিতো নাই

পোৱা-নোপোৰাৰ মাজত আছে
ভালপোৱাৰ স্বৰ্ণ যুগ


বিশ্বাসৰ বনানীকৰণ ৭৩