পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিশ্বাসৰ_বনানীকৰণ.pdf

নীৰৱতা

মোৰ হাতত টকা নাই
মই ধনী নহয়

মোৰ হাতত কলম নাই
মই বুদ্ধিজীৱি নহয়

মোৰ হাতত নীৰৱতা আছে

কথাৰ শেষ আছে
নীৰৱতাৰ শেষ নাই

৬৪. বিশ্বাসৰ বনানীকৰণ