পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গণতন্ত্ৰ


পতাকালৈ মূৰ তুলি সেৱা জনালোঁ
চৌদিশে হাত-তালিৰ জোৱাৰ উঠিল
খদ্দৰৰ আঁৰৰ বাপুজীক নেদেখিলোঁ
গণতন্ত্ৰ নিৰ্দিষ্ট উৎসৱ হৈ পৰিল

৩২॥ বিশ্বাসৰ বনানীকৰণ