পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিপ্লবী মাৰি মালিক বুলি কাঢ়ি নিব। কৃষকৰ ভড়াল উদং কৰি ! কৃষকেই আনিব লখিমী ; কিন্তু সি কটাব কাল চিৰদিন অভাবত, ভােক-লঘােনত, ভগা, এটি জুপুৰি পঁজাত। অথচ থাকিব ধনী। কৃষকৰ তেজ চুহি চুহি ধনী হই বিনা পৰিশ্রমে সামগ্রী গোটাই লই ভােগ-বিলাসৰ • মনােৰম প্রাসাদত কৰি আড়ম্বৰ। কোটি কোটি বনুৱাই ধনীৰ মিলত, দিনটো মূৰব ঘাম মাটিত পেলাই কৰে পৰিশ্ৰম, আনি দিয়ে ধনীৰ হাতত ধন, মান, যশ; ধনীয়ে তাৰেই কৰে। উগ্র আভিজাত্যৰ গৰৱ