পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিপ্লবী। বিপ্লবী। বিপ্লবী আমি।। পুৰণি পৃথিবীখন। ভাঙি-ছিঙি গুৰি কৰি গঢ়ি দিম নতুন পৃথিবী । আমি গঢ়া নতুন ধৰাত নাথাকিব- ধনীৰ গ্ৰাসত পৰি দীন-দুখীয়াৰ বুকু-ভঙা কৰুণ আর্তনাদ; পেটৰ তােকত হাহাকাৰ কৰি থকা ক্ষুধার্তৰ বিকট চীৎকাৰ; নাথাকিব বুভুক্ষিত এটিও জীৱন ! হাড় ভঙা পৰিশ্ৰম কৰি। কৃষকে আনিব লখিমী চপাই, আৰু ধনৱানে