পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মূলা গাভৰু নাৱাৰিলে ধুনি-কাটি ৰাতিতেই ব’ লিয়াব স্বামীল’ই কৱচ-কাপোৰ, পঠিয়ালে অৰক্ষিত কৰি ৰণলই। কৰিলে বিলাপ বহু–“ময়েই কাৰণ মহাবীৰ সেনাপতি স্বামীৰ মৃত্যুৰ । পাৰিলেহেতেন যদি পিন্ধাব করচ, হ'লহেতেন এনে কল মৰণ । এইবাৰ ঘাম মই লিজে ৰণল’ই ; নিজৰ পাপৰ নিজে কৰি পৰাচিত, অন ফলে ধ্বংস কৰি স্বামীৰ ঘাতক, ৰাখি যাম জগতত স্বামীর সম্মান।” পুনৰ্ব্বষ তুবক আহিল যেতিয় বিৰাট বাহিনী ল'ই লবল'ই বুলি মন-ধান-সুস্পে ভৰা সোণৰ অসম, স্বৰ্গদেৱে পঠিয়ালে সুসজ্জিত সেনা। বৰপাত্র কন্চঙক পাতি সেনাপতি। ৰণৰ বাতৰি শুনি ধৰি যে -বে ওলাল গাভৰু মূলা অস্ত্র-শস্ত্র লই, কৰি এটি বেগবান অশ্ব আৰােহণ। কনচেঙে সেনা লই দ্রুত গতি ধৰি