পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 ‘বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি’ ইতিমধ্যে প্ৰকাশিত মোৰ প্ৰাগঐতিহাসিক উপন্যাস ‘ৰেইনী’ৰ একে ধাৰাতে লিখা আনখনি শিশু উপন্যাস।

 আমাৰ তেনেই অচিনাকি জগতখনৰ এটি আভাস অকণিহঁতক দিয়াৰ প্ৰয়াসেই মোৰ এই শিশুপুথিখনি। অকণিহঁতে পঢ়ি ভাল পালেই মোৰ লেখাৰ সাৰ্থক হ’ব।

 ত্ৰুটি মাৰ্জনাৰে—

  চিনাকি   লেখিকা

 জোনাকপুৰ, বিৰুবাৰী
  গুৱাহাটী-১৬
 যোগাযোগঃ ৯৮৫৯২৩৬০৬৭