পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১২ শতা। নাৱৰীয়াংতে যমত তুলি থৈ উজাই গল। পিছত নীয়মী সাও পাই পূণৰ ৰালৈ জীয়াই শল, তেওঁলােকৰ খাটত নাৱৰীয়াই তুলি খৈ গুছি গল। পিছত গৰখীয়াহত থাৎ শুনি আধিৰপৰা মুকলিলৈ আঠকাঢ়ি আহি মাত লগােৱাত চিনি পাই কোল কৰি শি দামােদৰৰ বাটত ৰাখিলে। তেওৰ গৃহিণী পাখী আলিবলৈ গৈ দেখি স্বামীৰ আগত কোৱাত জামােগৰে নি ঔষধ ব্যৱহাৰ কৰাত অলপ ৰা হৈছে। এদিন বৌয়েকক কলে মোৰ নাৰস খাৰৰ মন হৈছে; কিন্তু মাকে বাধা দিয়া যাবে দিবলৈ ভয় কৰি এনে দিয়া নাছিল, পিছত কাভক্তি এবাৰ নােৱাৰি খহীৰ মাংস বন্ধন কৰি যিলে, যেমৰিয়ে খাই বৰ তৃপ্তি লাভ কৰি সেই দিন উত্তম রুপে নি। হল। দাৰে সুধিছে, আজি মাধৱক কিহেৰে :জাহাৰ দিছিল, আচল কথা ভাজি কলত বোৰিৰ জ্ঞান অৱ দেণি একোকে নকলে। কিছু দিনৰ মুৰত বেমাৰ সম্পূর্ণ আৰোগ্য হল। মাধৱক বৌৱেকে ? মেই কৰিছিল। যেতিয়া শৰীৰ সম্পূৰ্ণ আৰাম হল পুনৰ গুৱা ভৰা দি মাতৃ শনিবাৰে গমন কৰিছে। যা পাই মাতাফ সেৱা সুশ্রুষা কৰি ৰামদাস ৰৈমাইকেৰ হাত গোলশী পূজা পাঠা কিনিবলৈ ৰূপ এটা দি মাধৱদেৱে গুৰা বেচিবলৈ উজাই গৈছে। ইয়াৰ আগৈয়ে অনেক লােকৰ সহিত পশ্চিমে ভীর্থ স্থানলৈ গৈ নীলাচল জগৱাৰ ক্ষেত্ৰত ৰাস কৰিছে। মহাপ্রভুত প্রার্থনা কৰিছে আমাক যেন সাধু সঙ্গ দিয়ে প্রভু প্রার্থনাত সন্তুষ্ট হৈ এজল দৈৰ এক স্বপ্নাদেশ কৰিছে, হােকোৰাচীয়াক কৰা, পুৰ দিশে বিশিষ্ট সাধু আছে তালৈ গলে স স লাক্ত হয়, তীর্থ কৰাৰ আৱশ্যক নকৰে। প্ৰাণ্ডে দৈবজ্ঞ উঠি আহি গালিক স্বপ্ন বৃত্তান্তু কোৱাত তেওঁ মহাপ্রভু আদেশ মতে উয়াই নি যত আছেহি। মাধৱৰ কথা মতে দেবী পূজাৰ হাগলি কিনিষলৈ গৈ শঙ্কৰদেৱক লগ পাইছে। আগমনৰ বাতৰি শোৱাত গলি কিনিবলৈ অহা হৈছে বুলি কোৱাত পুনৰ গুণৰে জিজ্ঞাসা কৰিছে গেৰে কি কৰিবা। আমাৰ মেঠেৰি ৰাখক দূর্গা পুজিবলৈ পাগে বাম বাম এক স্মৰণ কৰি কৈছে এতিয়া তুমি কাটি। পিছত সি তােমাক কাটিব। তুমি পঢ়িৰ আনাসে ? তেওঁ কলে অলপ পাৰে। তেনেহলে এটি শ্লোক পঢ়চোন ? তাই এই শ্লোকটি তিনি ৰাৰ পঢ়িছে-