সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি ১৮০৩। গুৰু চৰিত্ৰ। ২৫ জাতিসকলক এটি ভোজ নিজে যত্ব কমি খুকাইছে, তাতে শান্তি হৈছে, এইদৰে পিতৃ শ্ৰাৰ দায় অলপ খৰচতে সামাখা কৰা দামােদৰে নি- উক নথৈ শলাগিছে। কিছুদিন বিশ্রাম কৰি থাকি যাত্ব দৰ্শনৰ ইছালে কিছুমান তামােলৰ বোৰ হাতত লৈ নৌকাযােগে টেলিলৈ আহি মাতাৰ চৰ সেৱা কৰি পিতৃদেৱৰ স্বৰ্গগামী বাতৰি মনোৰাঙ এই মহােশ। কন্যা উৰ্ব্বসী শোকত অস্থিৰ হৈ বৰকৈ কাশিছে; সান বাক্যেৰে প্রবোধ দিয়াত পােক নিষাৰণ হৈছে; এই সধৱা চিহ্ন পৰিত্যাগ কৰি বৈধৰ্য অবলম্বন কৰিলে। তেতিয়াৰপৰা গুৰু মই সামি ব্যবহাৰ ৰ নাই ; শানুসাৰে বিৱাৰ ব্যৱহাৰে শ্ৰতী হৈ থাকিল। মাধৱদেৱে গুৱা, বিক্রি কৰি যি লাভ পাশে সেই টকাৰে কিছু খৰচ কৰি এমী কন্যাৰ জোৰ পিন্ধাশে। কেইদিনমান মাতৃ গৃহত ব্যক্তি পুনৰ ৰকালৈ গমন কৰিলে। তাত গৈ জেষ্ঠ ভ্রাতা জামােলর সহিত বিলাতৰ গৰ কাৰণ কাজিয়া উপস্থিত হল। অনেক যত্ন আৰু দৰবাৰ কৰি পৈত্রিক আপ গ্ৰহণ কৰি কিছুদিন বিষয় কৰি আছে। বিষয় কাষত বহুত অধৰ্ম্ম হয় দেখি পুনৰ দাৰুক অসৰ কৰিলে, গামােদৰে সন্তোষ পাই তেওঁক খেতি কৰিবৰ কাৰণ ঘৰলৈ পঠালে। খেতিৰ কামত মন দি হালোৱা বনুৱাৰ লগত মিল হৈ খেতি কৰাইছে ; কান বছৰ যিমান মাটিত শষ্য হৈছিল এই বছুৰ মিল মাটিত খেত কৰিব নোৱাৰিলে। কাৰণ আগে হাত বহু বেলিলৈ বোৱাইছিল, এতিয়া সোনকালে মেলাই, গৰু আৰু হালোৱক কষ্ট কৰিৰ নিদিয়ে। গামােদৰ আহি শাট ৰোৱাটো ক দেখি কৈৰে আন কাল ইমান সহ মাটি ৰোৱাত নােজোৰে এইবাৰ মে জুৰিৰ নে । মাধৱদের কৈ এইবাৰ অাৰু এটি ডাল সজাৰ শাৰিৰ, সেই দৰে সমগত ফল হোৱা দেখি গামোৰে মাধৱক প্ৰসংশা কৰিছে। এইদৰে কিছুকাল বা কাত আছে এদিন বাতৰি শুনিলে যে টৱনিত মাভাৰ ডাঙ্গৰ নৰিয় হৈছে, আমাৰ মাৰ নৰিয়া আৰম কৰােক তোমাৰ চৰণত দুটি ছাগ বলি খিয়া হব। এইদৰে গোসানীলে আগ বঢ়াই গুৱা ৰেপাৰিৰ নাত উঠি দুই নি উজাই আহিছে, পিছদিনা উদৰৰ বিকাৰ হৈ ধৰ ধৰি অহী অব ধৰাত