কা, ১৩। } গুৰু চৰিত্ৰ। বেহানি লৈ হাৰিলৈ পলাল। সেই সময় মুক্তি মাতৃগর্তত পাঁচ মাই থিতি লভিছে। ভদৰ হৰিত গােবিন্দে পত্নীসহ বিশ্রাম লাজ কৰি নিজা মােয়াত, লগৰ লােকে আটাইবােৰ যশ ভূষণ চুৰি কৰি লৈ পলাই গল। গত ছয় জন অৰণ্যত নিৰাশ্ৰয় হৈ মহাকষ্টে সময় কটাৰ লগা হৈছিল। পূৰ্য্য গেৱ ক্রমশঃ উদয়াচল পৰিত্যাগ কৰি খচৰলৈ গমনৰ ৰেণ বেছি কােৱাত ৰশ্মিৰ তেজ অসহনীয় হৈ উঠিল। মনােমা আইয়ে স্বামীৰ মুখলৈ ৰিীৰ কৰি কলে বৰ পিয়াহ লাগিল, আৰু সহিব নােৱাৰি। এই কাঙ্কি শুনি অতই জল আনিবৰ কাৰণ লােহিতলৈ গল। নদীত গান কৰি লিজে এল ছুঞ্জি পত্নীৰ নলৰ নলা কৰি আন ৰাইছে; এর সময় হৰিশিঙ্গা বৰাৰ নাও ওচৰ পালেহি। বলা নৌকা ৰজাৰী খুত লৈ উৰাই গৈছিল। নাৰ লােকে তাক বহীন লেখি আচৰিত হৈ বৰাক জনাইছে, ইমন অতি অৰ- শ্যৰ মাজত বিধস্থ সুন্দৰ পুৰুষটি কিয় আছেহি। এওঁ দেৱত মে মনুষ্য, ওচৰলৈ গৈ পৰিচ লোৱ।। বৰাৰ অঙ্গা পােয়াত্ত লোকন আতাৰ ওচৰলৈ যোৱাত ৰাধা দি কৈ, তোমালোক মােৰ নিকটলৈ নাহিল, আমি নাকাটা হৈ আছে। এই কথা শুনি হৰিঙ্গি নিয়ে গৈ বিবৰ সোধাত কৈছে, অামাৰ লগৰ দাস দাসীবােৰে মালেক দুৰৰ পাৰ কাপােৰ পৰ্যন্ত চুৰি কৰি লৈ পলাইছে। বই খুশি মত দুখ পাই আভালৈ এখনি ভুনি আলৈ এজোৰা কাপােৰ দিলে; আৰু নিৰ্ভয় দি কলে, তুমি আমাৰ পিতৃ, মােৰ পত্নী খাতৃ হনীয়া হল; কোনাে বিষয় শঙ্কা নাৰাখি, মা জাইক লৈ আহি না মা তুতি ঠাই লােৱাহি। বকাগিৰী মনত সন্তোষ পাই সি পরীক আচল রান্ত অনাই নাৱত উঠিলছি। হৰিশিলা নাই মাঘ খুত গোখাই সিজ ঘৰ পাই তেওঁৰ গৃহিণীত কৈছে, আমি পিতা মাতা পাই আনিছে; তুমি অভি জাদৰেৰে এষ্টিপাত কৰি, কোনাে বিষয় যেন মনত বেজাৰ না পায়। কোৱামতে বৰাণীয়ে বৰাৰৰ ভিৰ ঠাই দি শােহলাল কৰি আছে। কোনাে বিষয়ত কষ্ট পােৱা নাই। দই নাই পূর্ণ হােৱাত ১০১১শকৰ কােঠ মাহৰ পুৰি তিৰত বিৰাৰে মধ্য নিশাত এ পুৰুৰ জন্ম লাভ কৰিছে। জন্মকালিন হাতী যোৰাই চিৰিছে; ডল জেক আদি যাদবোৰ খং যাছি, গেসিল কাতি হৈ পৰিছে, অনেক
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৮৭
অৱয়ব