পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেৱমানী। দেববানী। করে জীবিকা নির্বাই, তাৰ মা তুমি। সকলোৱে কৰি আৰাম ৰাকে আৰু নিত্যে, দানি প্রার্থনাৰ অধিক অর্থ এথিকৰ পূৰে মনকাম সততে যি জনে, তাৰ কলা শিষ্ঠা নিশ্চয় না । টোকোনা বিএৰ পুত্ৰী হে দেবামী, বিমানকে হিংসা কৰা মোক, দোস্ত কৰি দিয়া অভিশাপ, নিশ্চয় আসি, ফেনী শৰ্ম্মিষ্ঠাৰ নহয় সমান , বাজাই। কি করি দানবী? কি কলি অনুৰ কন্যা তই? সৰু মুখত দোখোঁ বৰ কথা? নালি কব নোখো কথা? বুলি নে 'চাই দানৰী, দেৱানী নহয় সমান তােৰ ? ইমান পালিহি দেখে বাটি লাহে লাহে ? দেৱযানী ভাৱক-দুহিত। যাৰ পদধূলি লৈ পবিত্র বাপেৰ তােৰ সপ্তম প, এনে ক্রাচার্থ পিতা বাচক প্ৰাৰ্থক পৰগোজী। অনুৰ কুলৰ গুৰু ভাৰ্গৰ মহান পৰাহে কৰেীৰ ধাৰণ? পৰা লেবি কৰে অাৰ সংস্থা? ভিক্ষা বৃত্তি কৰি আচৰণ পিয়েকটি বসন ? অপবিত্র ৱৰ তে, নাচ , নীৰ পাৰে গঁধা খনিজ। গে, উচ্চ স উচ্চ সংশে নাযায় কাপি। ঘৃণনীয় দাবী পাপিনী, কি না সংণি খোলাচাৰি