সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় বছৰ কাতি। বাঁহী। ১৮৩৩ শক। ১২শ সংখ্যা। দেৱযানী। (স্থান—উপবন।) (দেৱযানী, শর্মিষ্ঠা আৰু সৰীসকলৰ ৰে} | (গীত) {কালাংড়া-আড়াখেমটা সকলোৱে মিলি। চোৱ। হে চোৱ। হে চোর। আজি হেৰা কিনো বিনীয় যন কুঁহি পাত লৰাই নাচিছে শিৰীষে, নাচিছে ময়ুৰী কাম্ব বিৰিণে, চম্পক ধৰি নাচে ফখীৰ, নাচিছে হৰিণীকণ ।। আহ আহ। সখী মাধবীলতা, ধুয়ে মিলি কওঁ মনৰ কথা! মৰুৱা, মালতী, মথাই, জুই, ঘূতি, জা! হৃদয়ৰ ধন! এই বলত খহি গাওঁ আমি শীত, যিতোৰ মুখত জুৰাওঁ জাহ।চিত! মলয়া সুম, কেতো মুগ, গােৱ কুলি বিমােন। দেৱানী। আহা কি মাৰ উপৰ! প্রাণ কৰিছে শীতল। নৰ গৰু মলাৰ বাহ বলিহে ৰখাৰ ৰাই। ৰঙা ৰণীয়া পাত মূল কে