এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ ১১ সংl; আমাৰ ভিতৰে যদিও চকুৰাৰ ৰে, মাজত ৰৰ চুৰিয়াৰ ফেৰ তিতৰে লাগে যি কি নহওক, | বাৰে চঙীয়া আমি এক পূষ সাত হাল খায়, সাত পুৰুৰে হাৰ আৰু বৈয়ে খায়, পৰৰ মুৰত খােৱা আৰু জীৱা পানীত খােৱা, আমাৰ ৰীতি যুগমীয়া। আমি পুঠি মাছৰ কাল, নহ'লেটি মৰা ৰঙাল, গাখীৰ বচা নেপালী নহওঁ, নহওঁ নিংকিনীয়া। আমাৰ বুপা-কাৰ পুলি , পৰি আছে চিন খােদৰ জালি, জামাৰ লেজুত ধৰি বল নিদিয়া, বৃতি লিয়া। আমাৰ হাতত যদিও নাই খুদ কপ, বৰ সৰহলৈ নিতে যায় , আমাৰ আৰুালাে নাই, বালাে নাই, | কেনে বিন্দ! পাইগােটা আনাৰ পৰৰ ধৰম, চকুচৰহা আমাৰ ভিৰৰ, কালিৰ খেল বৰাগীৰ জোলা, আমাৰ লাহোর পায়। আমি সমীয়। শিৰি আৰীয়া ।