আহিল, ৮০৩] [ মন্তব্য। আমি শেত ও যে মহাপুৰুষীয়া আৰু মোৰীয়া বুলি লি গলায় হলেও মুশতে অসশীয় বৈষ্ণৱ পল একে ৭ ময়লী। এতিয়াও উভয় পশ্বৰ লােৰু একে সমাজতে যিনি অরে। খায় নাশকত না কীৰ্তন কৰাত লাল শােৱাত মহাপুৰুষীয়া আৰু মােৰীৰ চিল নেকে। এই দুটি পন্থৰ গা ভিন্ন, এটি শাস্ত্রীয় আৰু আনটি শাকি , এতে প্রতি পশ্ন কৰিবলৈ প্রতিবাদ লিখকৰ নিচিনা “দেশহিতৈী” নােম যি গল্প কৰিছে সি কেতিয়াও ফুলৱী নহয় ই আমাৰ দৃঢ় বিশ্বাস। এ সীমা। চমু মন্তব্য। “সমীয়া আৰু বহলা ভাষা।”—যুৎ দেবোৰ চলিহাৰ দ্বাৰা চিত। আমি এই কিতাপখন পাই বৰ সন্তোষ পাইছে। অসমীয়াৰ মাতৃ ভাষাৰে সৈতে বঙ্গভাষা বিআই, আৰু পণ্ডিতসকলৰ মত তুলি দি লেখকে তেওঁৰ কৰাৰ সমর্থন কৰি এই কিতাপত দেখুৱাইছে। এই কিতাপখন পঢ়ি সকলােৱে উপকাৰ পাৰ, আৰু অনেক কথা আমি। সকলাে অসমীয়াৰ হাতত, ঘাইকৈ প্রত্যেক ৰৰ হাতত আমি এই কিতাপ একোখন দেখিবলৈ আশা কৰে। প্রতিমা। খুত চন্দ্ৰকুমাৰ আগৰৱালা খাৰাই ৰচিত। বেচ ।। প্রতিমাৰ কেইবাটাও কবিতা বাঁহীত ওলাইছিল; সেইদেখি তাৰ বিষয়ে আমি কোনাে কথা কোৱাটো উচিত নয়। কিন্তু উচিত অনুচি বি হওক, এইটো আমি লকৈ নােৱৰে যে, জালেমান দিনৰ মূৰত এখন প্রকৃত কৰি তাৰ কিতাপ পাই, আজিকালি অসমীয়া গল্প-সাহিত্যৰ গুৰিধ্য যে মূৰি এখাৰ নহয় এই কথা বুজিব পাৰিছোঁ। আজিকালি “অসমীয়া কবি" ভাৰে আৰে পন্য পঢ়ি আবি বানপ্রস্থী হবৰ কথা এক প্রকাৰ ৰিছিলো- বেই; এলে সময়ত অংগৰৱালা ভাঙৰীয়াই তেওঁৰ “ৰ মন্দিৰত লুকুৱা এমি" ৰহিৰলৈ উলিয়াই যে আমাৰ কি নােপাৰ কৰিলে আৰু কি কম। প্রতিমাৰ খনিকৰখন “বাহী সম্পাদকৰ পৰম বন্ধু। কিন্তু সেই বুলিয়েই যে সম্পাদকে সঙ্কোচ কৰি কৰ্তব্যৰ অনুৰােৰ নাৰাখি দা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৭৫
অৱয়ব