আমিন, ১৮৩০।} জাম-ধৰ্ম শচাৰ কৰি গৈছে, তাকে দেখি গৰুষ ও মুখ হৈ যুই এজন অল্পবুদ্ধিৰ ব্যমুলে যদি তেওঁৰ উপদেশ গ্ৰহণ কৰিছিল, কৰিছিল। তেনেকৈ এতিয়াও ২৪ অন বামুণ ষ্টিয়া, যে আৰু ব্ৰাহ্ম হয় লাগিয়ে। সেই মাৰে ৩ শঙ্কৰদেৱে কেতিয়াও আজিকালিৰ তেওঁৰ বোৰ নিচিনা ব্ৰাহ্মণক অৱমাননা কৰি মই ব্ৰাহ্মণৰ কি হলো বুলি কলে এক গৰ যোৱা নাই। বৰং সদায় তেওঁ ব্ৰাহ্মণ পৰি গালত ৰাখি গ বুলি মালি ধৰ্ম প্ৰচাৰ কৰি গৈছে। তে ভবিলাকেও তেওঁৰ মাল আখি শঙ্কৰ দেৱৰ আহি লৈ চলাটোৱেই যুগুত। আমি বাঙ্গালী বঢ়াই দেখুৱাৰলৈ(১) শঙ্কৰ মহাকবি আসামৰ এজন প্ৰধান গৌৰৱ , ইত্যাদি বিণ যি আজিকালিৰ নতুন নিয়মে “এনিভাচোৰ” আদি কৰাত একো আপত্তি নকৰে। যেনে পিৰ্বত পাৱে কৃষ্ণৰ লগত যুদ্ধ কৰিবৰ সময়ত শত্ৰু হলেও কৌৰৱক তেওঁলোকৰ পক্ষে যুদ্ধ কৰিবলৈ নিমন্ত্ৰণ কৰাত দুঃশাসনে আহিবলৈ আপত্তি কৰিলি কিন্তু ৰাজ দুৰ্যোখনে কৈছিল যে নহয়, যেতিয়া কৌৰৱ আৰু পাখৱৰ ভিতৰও যুগ্ধ লাগে তেতিয়া পাও পাছ ভায়েক আৰু আমি ১০• ভাই বুলি বিবেচনা কৰিম; কিন্তু যেতিয়া ৰ লগত লাগে তেতিয়া আমি কৌৰৱ পাশুৱে মিলি ১৫ ভাই বুশি বিবেচনা কৰা উচিত। এতেকে আমি অৱঞ্চে যাম। বালীৰ লগত তৰ্ক কৰিব সময়ত সেই নীতি ধৰি আমিও ভাত যোগ দিওঁ। ভাতে সাহ বাঢ়ি গৈ ইমানলৈ উঠি আৰু বিনা কাৰণত এনেকৈ ** (২) এবষ্ণ লেখকক আমি আগলৈ সাৱধান কৰি দিব খোজে। অৱশেষত আমি যেসবগৱা ভাঙীয়াক কও যে তেখেতৰ নিচিনা ** (৩) সম্পাদকৰ তত এলে এফলীয়া বিষে মূল প্ৰবন্ধ প্ৰকাশ হোৱাত আমি যবিতে অনুৰেৰে সৈতে দুখ পাইছে। এতিয়া তেখেতে আগেয়ে সেই প্ৰবন্ধ যেতিয়া প্ৰকাশ কৰিছে তাৰ সমালোচনা (১) কাৰি আচৰিত মানিয়ে যে প্ৰবন্ধ লেখকে এইষাৰ কথাৰলৈ অলপপ শোচ বোধ একৰিলে—সম্পাদক। (২) এই খিনিত অতি জঘনা গাশি এষাৰ আহিল। প্ৰবন্ধ লেখক কচি হেৰি মাৰি অফি।-সম্পাক। (৩) এই খিৰি আমাৰ প্ৰশংসা আহিল।- সম্পাদক।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬৯
অৱয়ব