বহী। এৰ কাৰ, ১১ সংখ্যা। সাহিত্যৰ আদি এক বিশেষণ শঙ্কক দিয়াত লেখকৰ ** হে প্ৰকাশ পাইছে খেল। বৰঞ্চ মহাফৰি পণ্ডিতৰৰ ভট্টদেৱক এই বিশেষণ দিলে উপযুক্ত হয়; যিহেতু তেখেতে প্ৰথমে গদ্য সাহিত্য “কথা ভাগৱ” আদি গ্ৰন্থ অসমত লেৰি গৈছে; সেই সময়ত আসাম নহয়, তাতকৈ বহুৎ উন্নত বঙ্গদেশতলা গদ্য সাহিত্য আছিল বুলি আমি প্ৰমাণ নাপাও। এ লেখকে কেৱল শঙ্কৰদেৱ হে সাত বিষ্ণু অংশে জন্ম গ্ৰহণ কৰি অৱতাৰ হৈছিল, দেৱ দামোদৰ অৱতাৰ বুলিলে অৱতাৰৰ সংখ্যা বাঢ়ে অৰ্থাৎ আগেয়ে আছিল অৱতাৰ ১০টি মাথোন, পিছে টানিমানি এটা বঢ়াৰ পাৰি; কিন্তু তাতকৈ বেছি বঢ়ালে অবাৰৰ জৰীডালি ছিগি যাৰ বুলি, হিন্দু মঙ্গল চিস্তি যাভে অৱতাৰ কেইটি ঠিক থাকে তাৰে চেষ্টা কৰিহে হল। নতুবা আৰু অন্য দয়ৰ একো কাৰণ নেদেখে। কাৰণ যদি হিন্দু শাস্ত্ৰ চাই শাস্ত্ৰ মতে অৱতাৰ নিৰ্ণয় কৰিব পোৰ তেন্তে সেই সম্বুজে শাই কয় যেমৎস্য কুম্মো বহুশ্চ সৰসিংহোথ বামন। | ৰামোৰাম ৰামশ্চ যুদ্ধ কশ্চিতে দশ।" | মৎস্য, কুৰ্ম্ম, বৰাহ, নৃসিংহ, বামন, পৰশুৰাম, এম, হলিৰাম, বুদ্ধদেৱ, কি এই দশটি অৱতাৰ। পিছে দশটিৰ অতিৰিক্ত একাদশ শঙ্কৰাৱতাৰ আছে বুলি আমি খাত কতে দেখা মনত নপৰে; পিছে তেখেতে যদি ১০ অভাৰ অতিৰিক্ত একাদশ অৱতাৰ ধৰিব পাৰে, তেন্তে দ্বাদশ বা এখোদশ ধৰাত কিয় ইমাল ভয় কৰিছে আমি তাৰ যুক্তিসঙ্গত কাৰৰ একো মেলেখো। হৰিদেৱ সম্বন্ধে আলোচনা কৰা আমাৰ উদ্দেশ্য নয়, যিহেতু হলি সম্বন্ধে আমি শাস্ত্ৰ আদি ভালৰৈ চোৱা নাই; কেৱল ৮ দেৰ জানো- কৰ অম্বন্ধে যৎসামায় শেখ হল। অৱশ্যক হলে পিছত বহলাই লেখিবলৈ গা আছে। অবশেও আমি ও যি শঙ্কৰদেৱে প্ৰথমে মহেন্দ্ৰ কলি নামে এজন ব্ৰাহ্মণ পণ্ডিতৰ মুখে সংস্কৃত পঢ়ি সংস্কৃত ব্যুৎপত্তি জন্মিলত কিছুমান সংস্কৃত শাস্ত্ৰ ভাতিপ চা কৰি গৈ তেওঁ সিন্সৰ এৰিপৰা মিলে কোনো নতুন শাস্ত্ৰ লেখা নাই বা বুলে, বি যুথীষ্ট আৰু মহম্মদৰ মিচি কোনো নতুন ধৰ্ম্ম প্ৰচাৰ কৰা নাই, কে শুদিৰ ভিতৰত সং, কাৰে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬৮
অৱয়ব