পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাহিন, ১৮৩৩। প্ৰতিবাদ। ব্ৰাহ্মণ, কায়জাৰ উচ্চ বংশৰণী মানী শাহ সৰিয়াশাটা কোচবোৰ লৈকে সীমা ধৰি ইয়াৰ ভিতৰত কি বিবসতি কৰিলি সকলোৱে যেৰ গামো- গত শৰণ লৈলি। ফুয়াৰীৰ আগত দেখে আসা নিতান্ত নীচ কুলৰ অৰ্থাৎ ডো, হাৰি, চাল, মুগী, শৰণীয়া কৰিী, যে, সূত, মোৱামৰীয়া, যিৰি কাছাৰী, তেলী, মালী, ৰ কাৰ, উতী এলাক হে পৰা দেখা পাওঁ। কি এনে ভগাই দিয়ে তেওৰ ভাগত জাল নয় লোৱাৰ নিয়ম নাই হল? এতিল্পা গুপৰত লেখা কাৰণে দেখা গল যে এ লেকে যি ইন পণ্ডিত ব্ৰাহ্মণৰ লেখাৰ ওপৰত একা বিশ্বস কৰি মোৰ শৰদেৱৰ শিষ্য কৰিব খুজিছে তেওঁলোক দুইজনৰ কোন অনৰ কথা টা আৰু কোন নৰ মিছা তাক আমি একো বিৰাং কৰিব নোৱাৰিলে। এই দুই জনৰ কথা যদি বিশ্বাসযোগ্য নহয় তেন্তে লেখকে ৪ গামোলৰক ৰাম ৰাম ব্ৰাহ্মণৰ বা ৮ শঙ্কৰদেৱৰ শিব বুলি প্ৰমাণ কৰি খোলাটো বউ নাই চল খৰিৰ খোজাৰ নিচিনা হাত মেলা কথা যেন দেখা যায়। নাম ৰাম জিফ লেখকে অবিশ্বাস কৰিছে গতিকে আমিও সম্প্ৰতি তেওঁক এৰি . দিলে। এতিয়া বাকী আছে কেবল শঙ্কৰদেৱৰ নিজৰ উক্তি। শঙ্কৰে নিজে যিবোৰ শাস্ত্ৰ ৰচনা কৰিছে বা মহাপুৰীয়া ধৰ্মত যিবিলাক আহি চৰিত্ৰ আৰু তাত দেৱ মোৰ যে দেবৰ ৰা ৰামৰামৰ শিষ্য এনে কথা ক'ত ৰা বা সে। শঙ্কৰৰ মৃত্যুৰ পাছত শ্ৰদ্ধলৈ অন্যায় সকলো গুৰুঙ গৈছিল, আৰু ৬ দেৱ দামোদৰকে নিমন্ত্ৰণ কৰিছিল; কিন্তু শূৰ শ্ৰাৱলৈ যোৱা নিয়ম নখ গুণে তেওঁ শ্ৰাহ্মৰৈ নগৰ। তেতিয়াই মাৰে শিষ্যবিলাক কলে যে অন্য বহু ব্ৰাহ্মণ আৰু শিষ্যবিলাক গুৰু শ্ৰালৈ আহিল, কিন্তু দামোদৰ দেৱে যেতিক্ষা আমাক যি কৰি সূত্ৰৰ বুলি নহয়,) ৰ শ্ৰলৈ বুলি মাৰি তেতিয়া আজিৰপৰা তেওৰ লগত আমাৰ সম্ভাৱ ৰখা উচিত নহয়; এই বুলি কোৱাত তেতিয়াৰপৰ মহাপুৰুষীয়া আৰু দামোদৰীয়াৰ ভিতৰত কিছু মনাষৰ হল। সেই ভাৰ আজিলৈকৈ চলি আহি আছে। ৰামৰা বিৰ ৰা শৰৱৰ শিষ্য হলে এতে পবিত্ৰ আত্বক দেৰ গামোজৰে ৰিণাইলি নোদি