পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৯৮ বাহ। [ বৰ,১১শ সং। | তাৰ পাছা দেখে যে শহুৰে। দামোদৰক “পঢ়াৰ পুজা ভাগ দিলে;" ইয়াৰ ৰা অৰ্থ কি? শঙ্কৰে দেৱ দামোদৰক নিজে পঢ়াইছিল নে কি? নাইবা খৰচ দি ক’তৰা ইস্কুল বা পঢ়াশালতি পটুৱাইছিল? আমি চিৰকাল শুনি আৰু পুথিত পঢ়ি আহিছে যে দেৱ দামোৰে কোনো দিন কোনো শুদ্ৰৰ মুখে পঢ়া নাজিল, কলাপাচাৰ্ধ নামে এজন ব্ৰাহ্মণ পণ্ডিতৰ মুখে সংস্কৃত পঢ়িছিল। আকৌ শঙ্কৰে বা তেওঁক কেতিয়া পঢ়াইছিল? বোধকৰে। ৰজনী শ” হৰ পায়? তাৰ পাছত “পুজা ভাগ দিয়াৰ" বা অৰ্থ কি? শঙ্কৰে হতুম নিদিলে দে দামোদৰে পুজাপাটল একো কৰিব নোৱাৰিছিল হল? নাইবা তেওঁক শঙ্কৰে পূজা শিক্ষা দিছিল। শুভ্ৰই ব্ৰাহ্মক পূজা শিকাইছিল বোল কথাটো দেখে শুনাতেই শুকক যে পঢ়োৱা ৰা পিতা- মহুক গৃহী শিকোৱা কথা হেন লাগে। যি হওক পূজা ভাগ কেনেকৈ দিলে আৰু পাটবাউসীত কেনেকৈ আচাৰ্য পাতি থলে ইয়াৰ ভুভটং আমি একো নাপাওঁ। পাৰে যদি প্ৰবন্ধ লেখকে আমাক এটা বুজ দিয়ক। শৰে সত্ৰ পাতি দেৰ গাযোগ স্থাপন কৰাটো দুৰৰ কথা, তেওঁৰ দিনতো দেখে তেও কোনো সত্ৰ পতাই আমি নোজনো। মহাপুৰুষীয়াৰ প্ৰধান সত্ৰ বৰপেটাখলি মাধৱে পতা। বৰপেটা সম্বন্ধে পুৰণি পুথি এখনি আমি এই দৰে পঢ়িছো যে বৰপেটা লাখে এজন মুছলমানৰ সেই ডোখৰ মাটি ছিল, পিছে মাধৱে সেই ঠাইত সত্ৰ পাতিবলৈ মাটি খৰাত বৰপেটাই কলে যে মই মাটি সিম কিন্তু মোৰ এটি অনুৰোখ তুমি ৰাখিব বুলি শপত খোৱ।। মাধৱে সেইৰূপ কলিত, বৰপেটাই কলে যে মোৰ মাটিত সত্ৰ পাতিলে মোৰ নাম সখনিৰ আগত থাকিব লাগিব। . আখৰে একান্ত এৰাব নোৱাৰি সত্ৰৰ নাৰ বৰপেটা থলে। ভাৰ পাছত শৰে মোৰক কুম দিলে যে কিছুমান কৰ্মী অৰ্থাৎ নী (?) বামুণক তুৰি শৰণ কৰাবা। সিফালে দেখে আসামত প্ৰধান মুখ শক্তি চাৰিৰি সত্ৰই দেৱ গানে প্ৰধান আচাৰ্যসকলে পতা, (১} আৰুমৰ ভিতৰত সেই সময়ত বিশাল ডাঙৰ পণ্ডিত, গোস্বামী, নেকে নাজানিলেও, শঙ্কৰদেৱে ৰা ৰে আমি অনেক পত্ৰ পাতিছিল। সী। ১ ৰাকা কিনে আনিশা।