কাহিন, ১৮।] প্ৰতিবাদ। ০৯ আৰ পুৰোহিত কামৰাম যিজৰ শিষ্য বুলি দেখুৱাষলৈ চেষ্টা কৰিছে। দেখা যাক এই বিষয়ত তেখেত কিমান কৃতকাৰ্থ হৈছে। ৰাষ বি শঙ্কৰৰ শিষ্য আৰু পুৰৰহিত বুলি এই প্ৰবন্ধত উক্ত মৰিলেও মহা- পুৰুৰীয়া মাত্ৰেই এই কথাটি অস্বীকাৰ নকৰিৰ বুলি আমাৰ বিশ্বাস। | প্ৰথমতঃ শঙ্কৰ নিৰ উক্তি মতেই তেওঁৰ নিজৰ জীৱনী আমি দেখিবলৈ পাওঁ যে তেও ব্ৰাহ্মণ, (যাজক ব্ৰহ্মণৰ ছোলা।) ৰা আৰু শ্ৰীৰ গুৰু নহও” বুলি বাৰম্বাৰ কৈছে। এনে তত বে তেওঁ ৰামৰম দ্বিগক শিষ্য কৰি লৈ নিজৰ গুৰু পুৰোহিত পাঙিব ই কথা আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰো আৰু সচা বুলি বিশ্বাস কৰিবলৈ যদি কোনবাই আমাক ৰোথ কৰে তেন্তে শঙ্কৰক মিছলীয়া বুলিবলৈ বাধ্য হও। আৰু নিজৰ শিষ্যটিক প্ৰত্যেক দেৱ আৰু পিতৃৰ কাৰ্য গত বৱৰলৈ সাধু ভবালাং সধ্বংসে, ভবন্তং অহং অমি” ইত্যাদি বাক্যেৰ (হে সাথে। সাথে! অপুনি বহচ্ছে; সাথধা মই বহিছে; তেন্তে জাপোনাক মই অচল। অৰ্থাং পূজা কৰে; কৰক;) সম্বোধন কৰি, ফুল, তুলসী, অমুল, পাণ দি পুজা কৰিবলৈ, কাৰ কৰি উঠি শেষত ব্ৰাহ্মণ আগত তীৰ্থং পবিত্ৰং পাপ মাশন, ভূৰে হৰৰে পাপ, জম্বয়া দুস্কৃতং কং” অৰ্থাৎ ব্ৰাহ্ম জগতৰ তীৰ্থস্বৰূপ, পৰিত্ৰ পাপনাশকাৰী; হে ভুলে। মই যিমান দুৰ্ম্ম কৰিছে। আৰু তাৰ ফলস্বৰূপ ধিমাল পাপ হৈছে আৰু হৰণ কৰক, এই বুলি প্ৰণাম কৰাটো ( শিষ্যক গুৰুৰে এই ভাবে প্ৰণাম কৰাটো। আমি কোনো কমে ধাৰণ কৰিব নোৱাৰে। মহাপুৰুষীয়া ধৰ্ম্মত গুৰুৱে শিষ্যক প্ৰণাম কৰা নিয়ম আছে খলি লেখকে জামাক বুজাই দিব। তাৰ পাছত প্ৰবন্ধ লেখকে ৰাহীৰ ৩৪ পৃষ্টাত ৰামানন্দ বিহুৰ পদৰ কৰি যে লেখিছে- শুনিয়া শঙ্কৰদেৱে সন্তোষ পাইল। ৰাম ৰাম এক পায়ে মাতি খানি- ল। বুলিলষ্ণু ৰাম ৰাম গুৰু শুনিয়ো। আমোদৰ গুৰু শৰণ কৰিয়েক। ৰাম ৰাম খৰু অমি হৰি মন্দিৰত। ইলা শৰ পুৰু হৰি চৰণত।” ৰে হেনো ৰামৰাম কক মাতি আনি ফলে ৫ গুৰুৱে! দামোদৰ গুৰু শৰণ কৰক। ৰাম ৰা গুৰুৰ এই কথা শুনি হৰি মন্দিৰত পুন ৰপি অৰ্থাৎ আকৌ এবাৰ দেৱ দামোদৰ গুৰু হৰিৰ চৰণও শৰণ কৰালে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬১
অৱয়ব