পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৪ ১১ সংখ্যা। ৫৯৪ আন দেবী দেৱক সেৱা পুজা নকৰিবা। এই মহামন্ত্ৰ যি পৰ্মৰ মূল শ, যি ধৰ্মত বেদ, পুৰাণ, অগালি দেৱ ৰেীৰ পূজা সেৱা একে যৰে মিষিদ্ধ, যি ধৰ্ম হিন্দুধৰ্ম্মৰ আদি প্ৰক পৃথিবীপুঞ্জ ব্ৰাহ্মণৰ এ দীকাৰ নকৰে আৰু ব্ৰাহ্মণৰ সন্ধ্যা, পুজ, গায়ত্ৰী, নিত্যহোম, অতি ক্ৰিয়া কৰা নিষিদ্ধ বুলি কয়, সেই এটি হিন্দুধৰ্ম্মৰ এটি উপশাখা কপোললিত বৌদ্ধধৰ্ম্মৰ নামান্তৰ, নাম মাত্ৰ হিন্দুধৰ্ম্মত বাজে অন কি ধৰ্ম বুলিব পাৰি? ইত্যাদি ইত্যাদি। শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্ম ভালকৈ আলো- চমা কৰিব লাগিলে কেৱল এই বিষয়ে সুকীয়াকৈ এখনি ডাঙৰ পুৰি হৈ পৰে; সুতৰাং এই ৰাৰলৈ সংক্ষেপে ইয়াতে সামৰণি মাৰিলে। | আন ফালে ঈশ্বৰ দেৱ দামোদৰৰ প্ৰচাৰিত ধৰ্ম্মটি কেনেকুৱা তাকে। অতি সংক্ষেপে আলোচনা কৰি চোৱা যাওক। দেৱ দামোদৰৰ প্ৰচাৰিত ধৰ্ম যে, বেদান্ত, স্মৃতি আৰু পুৰাণৰ দ্বাৰ প্ৰতিপাদিত অৰ্থাৎ বেদাদিৰ দ্বাৰা নিশ্চিত নিখুত পবিত্ৰ হিন্দুধৰ্ম্ম। কাৰণ দেৱ দামোজৰে শিষ্যক বিৰূপে উপদেশ দিছে তাৰ কোনো অশাস্ত্ৰীয় কোষ এটা গো নাষ। তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক তেওঁ এইপে উপদেশ দিয়ে- “ভগৱ ব্যাখ্য। তুমি আপুনি কৰিবা। লোকক হৰি ভক্তি উপদেশ দিবাৰ ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰুৱাবা। আপুনিও স্নান সন্ধ্যা পুজা জচিৰিষা॥” —গুৰু নীলা ৬৭ পূ। শঙ্কৰে ৰজ, ব্ৰাহ্মণ, স্ত্ৰীক কেতিয়াও শৰণ নকৰাওঁ বুলি নিজে উক্তি কৰি গৈছে। সেই অনুমৰি এতিয়াও মহাপুৰুষীয়াৰ ভিতৰত স্ত্ৰীক শৰণ দিয়া নিয়ম নাই। কিন্তু দেৱ দামোদৰে শঙ্কৰে সৈতে একে সয়তে স্ত্ৰী, ৰজা, ব্ৰাহ্মণ সকলোকে সমান ভাৱে শৰণ কি গৈছে। আৰু আজিও সেই নিয়ম প্ৰচলিত আছে। ইত্যাদি বহুতৰ প্ৰভেদ থকা স্বত্বেও প্ৰবন্ধ লেখকে কেনেকৈ সাৰ কৰি শঙ্কৰৰ ধৰ্ম্মকে তেওঁৰ পাছত দেৱ দামোদৰে লোকসমাজত প্ৰচাৰ কৰি থোৱা বুলি লেখিৰে বুজা নষা। ওপৰোক্ত কাৰণে ক্ষও যে লেখকৰ ওপৰোক্ত কথা ভুল যা মি। তাৰ পাছত প্ৰবন্ধ লেখকে এট। গুৰুতৰ কথা অৰ্থাৎ ফেৰ দামোদৰ শৰব শিষ্য • লেক এইখা ফোনে লে? অব। -সৰক।