পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অহিম, ১৮৩৩। ] অসমীয়া ভাষা আৰুবঙ্গালীৰ চকুত টোপনি। ৪৮৯ হাঁহি তুলিছে, তেওঁ সেইটো যুত পোৱা নাই শে। সংস্কৃতমূলক ভাষাৰ তো কথাই নাই, আৰ্য্যবংশীয় আনবিলাক ভাষাৰ ভিতৰত বিচাৰিলে এইৰে হেজাৰ সাদৃশ্য ওলাব। অসমীয়া ভাষাত ‘আমি’ বহুবচন য ত এ চল, অসমীয়াত তেওঁ, সি, তাই, তেখত, বলা মাথোল সে, তিনি; অসমীয়া সাধাৰণ বিভক্তিবিলাফ, বোৰ, হত, ইক, বঙ্গত নথকা;-- তেওঁ পুৰণি কালত আছিল; আমি কও মধ্য-আচিমাড় একে বলে কোতে যুৰোপীয় আৰ্য আৰু ভাৰতীয় আৰ্য ভাষাৰে তেনে মিল মালিক , বিভক্তিৰূপ, বিশেষ্য, বিশেষণ, ক্ৰিয়াপদ, যিবোৰ আজিকালি অসমীয়াত আছে গাৰু আগৰ অসমীয়াতো আছিল, এভিন্নীৰ বলাত নথকা, প্ৰাচীন যাত অছিল হেনো)-এইবোৰলৈ চাই অসমীয়া ভাষাঙ্গলাৰে যে এফে আৰু সেইবাবে অসমীয়াই বগল যে লব লাগে, যোগেশ বাবুৰ এই কথা আমি মানিৰ লগীয়াত পৰিলোৱেই দেখিছো! বাস্তবিকত অসমীয়াই ৰঙ্গলা পাষা নলৈ ‘মাংসৰু খালে! হায়!—বিদ্যানিধিৰ এই বিধৰ কথা শুনি আমাৰ পেডিৰ ৰকলৈ (Paddy's gun) মনত পৰিছে।—পেয়ি এজনক তাৰ বৰুটো বেচিব খুজিছিল; কিন্তু বন্দুকটোৰ সকলো আছি, মাখেনি lock, stock and barrel, অৰ্থাৎ বোবাটো, নলিচাড়াল আৰু পিছৰ কাঠডোখৰ নাছিল। বিদ্যানিধিয়ে অসমীয়া খেচিব খোজা তেওঁৰ বগলা ভাষাৰ বন্দুকটোৰ, অসমীয়াই খ্যৱহাৰ কৰিবলৈ সকলোবোৰ আছে; মাথোন সৰ্বনাম, অষ, ক্ৰিয়াপদ, বিভক্তিৰূপ, শব্দৰূপ, বৰ্ণৰিাস প্ৰণালী আদিৰ মোৰা আৰু ৰিচাড়াল এতিমা নাই! পুৰণি কাল অলি!-বাৰিকতে আজিকালিৰ এই শ্ৰেণীৰ বঙ্গালী লেখকসকলৰ লেখা পৰিলৈ গলে ধৈৰ্য্য বা মুস্কিল হৈ পৰে। | এই প্ৰবন্ধ বিদ্যানিধিয়ে কেইডোখৰা অসমীয়া ৰচনাৰ লৈ ভাঙনি দিছে। আমি তাহানি মৃন্ময়ীও এশেখৰ অসমীয়া চলা তেওঁক জঙি- বলৈ দিছিলে, তেওঁ আমাৰ অনুৰোৰ নাৰাখুিলে। পাহৰিছে, যে তেতিয়া তেওঁৰ হাতত যেকোৰ, হে ৰাৰ ফৰ, আৰু গুৱাহায়। আসামী লোক বহু পণ্ডিতৰ সহায় নাকি! এই প্ৰবতে বিদ্যানিখিয়ে তেওঁৰ “এক আসামী লোকেৰ নিকট ৫ উত্তৰ পাইছি তাহা কী হইলেও উছু হইল এই বুলি এটা জীল বলা