৪৮৮ বাঁহী। { ২য় বৰ, ১১শ সংখ্যা। বিকৃত ভাষা তাক বুজিব পাৰি।-সম্পাদক)। বং-ৰৰ হইতে; আৎ ঘৰৰ পৰা। ৰেৰ পৰে আসিয়া বলিল’ ঘৰেৰ উপৰেৰে এই ৰূপ প্ৰয়োগ বলে স্থানে স্থানে আছে। আমি কওঁ, বিদ্যানিধি কটকৰপৰা কলিকতালৈ আহিল, এই কথাৰ মানে, ‘কটকে পৰে বিদ্যালিখি কলিকাতায় আসি, অৰ্থাৎ কটক চহৰখন কলিকতালৈ আগয়ে আহিল, তাৰ পিছত বোধৰে তাত তেওঁৰ ভৰি দিবলৈ ঠাই দেহোৱা বাবে বিদ্যানিধি অগত্যা কলিকতালৈ গুচি আহিল। এই খিনিতে কওঁ যে আজিকালিৰ বগালী সাহিত্য-পৰিষদৰ সভ্য সকলৰ ভিতৰত এই বিদ্যানিধি মহাশয় এটি ডাঙৰ হিলৈ। বিদ্যাসাগৰ অৰু বঙ্কিমৰ আত্মাই পৰিষদৰ এই হিলৈৰ ধুমধুমনিত ভালকৈ গত শুব পাৰিছে নে নই ফুৰ নোৱাৰে। যোগেশ বাবুৱে কয়—আমি তুমি বন্তুষিক আয় বই ৰচন। প্ৰাচীন বাঙ্গালা অক্সি ভুখি (১) আমি আৰু তুমি, ঘাইকৈ তুমি যে বঙ্গত “মান্যে যবেচন" এইটো নতুন সাধু শুনি আমি মনত ৰাখিলোঁ। “কালে বহুবচন একবচন মনে হইয়া বাঙ্গালাতে অমৰা তোমৰা হৈছে হেনো। যোগেল বাবু বিদ্যানিখিয়ে জ্বাধিকালিৰ বা মাসিযোৰ অসমীৰ শক বুজিব নোৱাৰে, সেই ৰোৰ গ্ৰাম্য বুলি কৈ গা সাৰে আৰু যিবোৰ বুজিব পাৰে, সেইবোৰ ৰঙ্গলা বুলি ফুটংগিৰী মাৰে; ফাকটিটো যে! “গ্ৰাম” শব্দটো তেওঁলোকৰ সৰ্বাক মন্ত্ৰ। তেওঁলোকৰ গোবিন্দপুৰৰ, দূতানুতি, পট কেনিঙৰ, ডায়মণ্ড হৰ্বৰ, আৰু হাওড়াৰ মাত আচল সাধু, আৰু আমাৰ প্ৰাগজ্যোতিষপুৰৰ, শোণিতপুৰৰ, ৰপৰৰ, কমপি, কুনি, চম্পাৱতীৰ মাত গ্ৰাম্য, খা! এটিয়া বিচাৰ। দিপলিপ, দাবী। আমি যোগেশ যাবুক seriously শশাধে, তেওঁ এইদৰে সংস্কৃত জীয়ৰী অসমীয়া আৰু বঙ্গক মিলাই দুইকো একে প্ৰমাণ কৰিবলৈ গৈ যে অসমীয়াৰ (১) “বিপুৰা ও চট, নোয়াখালি এভৃতি স্থানে প্ৰাপ্ত [১৫• বংশৰৰ পূৰ্ববৰ্তী সময় সিপিথিতেই আমি ও ভূমি' লে সৰ্বত্ৰই আঙ্গি ও ‘জুলি দু। পৰী- গলী শৰত, সঞ্জয় কিন্তু মহাভাৰ প্ৰকৃতি প্ৰাচীন পুৰকেও এই একাষেৰ এয়োগ দৃত। গীৰেশ ও পাখি ফিপি। পাক অনায়ালে বুজিব নে আমি হুনি পুণি কামশালী আলি , লা; কাৰ পৰি নাৰ খিলি যাই।।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৫৪
অৱয়ব