পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহিল, ১৮। অসমীয়া ভাষা আৰু বালীৰ চকুত টোপাৰ। ৪৭৭ আৰু সেইবোৰ ওপৰত, অসমৰ বিৰুৰে সৈতে মিল হৈ কি- দিত হৈ পৰিছে, এনে মূল প্ৰবাসী ৰুৰ ওপৰত েতেওঁৰ এষা এবাৰ চল আহিৰ, আৰু সেই বৰ চলে ফ ম বুৰ পেৰ, গত আচ্য কি? আমি তাহাৰি কলিকতাত পঞ্চাননতলা লে" নামেৰে এটা গুলি আছিল।। আমাৰ ঘৰৰ ওচৰতে, এক ভিন্ন পতিৰী আলি। পলি নিতে সিহতৰ ভিতৰত এনে এক লাগে যে গৰ কোৰত সেই ঠাই ডোখৰ দিনৌ তপ-ওপৰ হৈ থাকে। কিন্তু আমি ভালকৈ লক্ষ্য কৰি দেখিছিলো যে সেই দক্ষত সিহতৰ মুখ হে বৰকৈ চলে, হাত লমুনি চলে। এদিন গধুলি আখি আমাৰ ঘৰৰ পিলিত থিয় দিছো , এনেতে সিহতৰ ভিতৰত তুমুল সংগ্ৰাম লাগিল। সিহতৰ সংগ্ৰামে পাক আহিল, চিয়ৰখাৰে লগতে পৰু খৰিলে। শেহত দেখিলে দিই। ভিতৰৰ সেনাপতি দুটাই শপিগলি কৰি ঘৰৰপৰা ওলাই আহি আলিত ‘প . দিলে। এটাই আনটো অলি-পৰি কলে,-"আহচোন আহ! তোক মবি গুৰি কৰি থওঁ”। আনটোৱে উত্তৰ দিলে--আহচোন আহ, হোক মাৰি গুলি পিহি খাওঁ।” এনেকুৱা শণাইত কাড়ৰ বৰষুণ ইটোৱে সিটে। ওপৰত ইমানকৈ বৰষিছিল যে বটটো ধোৱাকোৱা হৈ পৰিছিল। কিন্তু ভাবুকিৰে সৈতে যুদ্ধখন যিমান বৰকৈ পৰি আহিল, দেখিলে, সিমল দুয়ো আঁতৰি যাবলৈ ধৰিলে। শেহত দুয়ে। হতাহাঙি লগৰৰ সুবিধা কৰি মনেৰেই হবলা, আঁতৰি গলিটোৰ দুমুৰ পালেগৈ। অশি সিং গেমে অসঙ্গবিপদ দেখি পিৰালিৰ ওপৰৰপৰা ৰিঙিয়াই মাত লগালে , ৰ,ৰ, দাসপোৰ! আমি চাই থাকোতেই এতিয়া তহত দুয়ো খুনাখুনি হৈ মৰিৰি। গুহৰ গতি যেনে দেখিছো, অলপৰ পিছতে হত দুয়ো দুখন চিঠি লৈখি ডাকত পেলাই দি তুমুল বিপজএ বি আৰু সেই দুৰ্ঘটনা ঘটাই আশকো টলা-জোৰা লগাবি। কৰণৰৰ গালত (Coronors Court সাক্ষী দিবলৈ এৰি যাব লাগিব দেণিছে। এথেকে দুয়ো ওচৰ চাপি আহি নিৰাপদ , নহলে আমি শেৰোঁ, কলিফ মাতি গুৰু লৈ পঠিয়াই গম।' দুখৰ বিষ, আমাৰ উপদেশ আৰু ডাখিয়ে গুটি ধৰিলে।