আহিম, ১৮৬০। অসমীয়া ভাষা আৰুষঙ্গালীৰ চকুত টোপনি। ৪৭৫ অসমীয়াভাষা আৰু ৰজালীৰ চকুত টোপনি। আছে আৰু নাই। আসামত অসমীয়াৰ সুকীয়া ভাষা আছে কালী চকুত টোপনি শাই। আগেয়ে অসমত আলী বালীগলেই এই নৰীয়াত পৰিছিল, “জৰ অঙ্গ”ে হৰপৰ সেই ৰোগে খুচৰি গৈ কলিকতাৰ জাগীৰে গা পাইছে আৰু সি এনে অৱলীয়া নৰীয়া যে ওৰোত আলী হৈ থকা বালীকে। সি নধৰি এৰা নাই। আমি নিশ্চয় বুলিহে অ- দুগৰ” ইও এটা বৰ কেন্দ। ফল। হা লৰ্ড ফন ডাঙৰীয়াই ৰু অঙ্গচ্ছেদৰূপ পাপ কৰি সম্ৰাট পঞ্চম ও অভিষেক উপলক্ষে আল” খিতাপ দুপিষলৈ পাইছে, আৰু নিমাখিত অসমীয়াই তেওৰ সেই পাপৰ সংসৰ্গ দোষত সি ভাষাটোৰ ওপৰত নয় চিকুট পাইছে! “দুনিয়ান” এনেকুৱাই। | শ্ৰীযুত যোগেশচন্দ্ৰ ৰা নামে কটকপ্ৰবাসী বাণী বাবু এনে বহাগৰ আৰু আহাৰৰ প্ৰবাগী" নামে বলা মাহেকীয়া কাকত এন আসামী জ্ঞাষা” নামে দুটা প্ৰবন্ধ লেখিছে। ইয়াৰ জাপেয়েও তেওঁ "মৃন্ময়ী মাসে বলা কাকত এখনও এনেকৈ অসমীয়াঙ্কা। ফেনেকিছিল। যোগেশ বাবুয়ে অসমীয়া ভাষা লিৰিকাৰ সমন্ধে ইতিহাসটা আগৰেপৰা ধৰে।—“মৃন্ময়ী” ৰাহীৰ প্ৰষক এটাৰ তানি এটা ওলাইছিল। যোগেশ ৰাৰুৰে আৰু পঢ়িলে আৰু অসমীয়া ভাষটো ফহিয়াই চাবৰ হেপাহটো তেওঁৰ মন গজি উঠিল। ভেতৰা তেওঁ অসমীয়া ভাষা আৰু আমাৰ বিষয়ে একেৰেই ৫ এ। আছিল সেই কথা সে নিজেই লৈ কাঢ়িছিল। কি সেই একো-নজনা জ্ঞানেৰেই মৰগাহ দি তেওঁ মৃন্ময়ীত এটা প্ৰতি প্ৰবন্ধ লেখিলে, কি গায়ে আৰিয়ে ইমান ভইৰ যে কৌৰৱৰ সৈয়ৰ ওপৰত, মৰিৰৰ সময়ত ফটো- কৱচ যিটো ভাঙৰ হৈ জুৰি পৰিল, সেই কাকতৰ ওপৰতে সি সিমানটে। ডাঙৰ হৈ জুৰি পৰিল। আমি ফু-কা-কৈ মেয়ে ও এ সেই প্ৰকায় টোৱে মৃন্ময়ীৰ গৰ পাঙ্গ জুৰিছিল.. তাকে দেখি ৫ জামাৰ শ্ৰয় বন্ধু • 'আমি আমাৰ গি, লাৰে তা কিন্তু আমি'।”-বোশে যায়শিবি। ১০১।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৪১
অৱয়ব