সম্পাদকৰ চৰা। প্ৰথম সংখ্যা বাহীত “আত্মকথা নথকা বাবে এজন বন্ধুৱে আমাক বিছে, “প্ৰচলিত আকথা আপোনাৰ বাহীত নথকাৰ কাৰণ কি?" আমাৰ কৈফিয়ৎ” বিচৰাজমক কওঁ যে ৰাহীৰ আত্মকথা নাছিল দেখিহে নোলাইছিল, কাহেঁতেন ওলালহেঁতেন। আমি এইবাবে ওলাইছোঁহি, সেইবাবে ওলাইছোহি, এনে কৰি, তেনে কৰিম, এনেবিলাক কথাৰ ঢোল বাই সৰ্বসাধাৰণৰ আগত ওলোয়াটো ৰাহীৰ মনত অভিলাষ নাছিল। কাৰ্য্যক্ষেত্ৰত সোমাই নিজৰ ক্ষুদ্ৰ শক্তি অনুসৰি লাহে লাহে কাম কৰি যোৱাটোহে ৰাহীৰ ইচ্ছ। কাৰ্য্যহে যোগ্যতা অযোগ্যতাৰ চিনাকি, চাঙৰ দীঘৰ আননী নহয়। বুদ্ৰ বাহী টিকিবৰ আযোগ্য হলে সাতললৈ যা এ মোগ্য হলে ওপৰলৈ উৰাব, এইটো নিশ্চয়। আমাৰ বনক এই ফেৰা কৈ থওঁ যে যদি আমাৰ এই ক্ষুদ্ৰ নগণ্য বাঁহীৰ বিনাশ ঘটে, তেন্তে তাৰ নিমিত্তে আমিহে জগৰীয়া, গ্ৰাহকসকল নহয়। আমি নিজৰ টা আৰু গৰ অভাৱত কিন্তু নোৱাৰি, অথচ এক গাছ গোপকে fি নিজৰ গাটোত এপোছ থল সানি তাক বগাকৈ দেখুৱাৰ এনে অভিপ্ৰায় নাৰ নাই। আমাৰ কাকতক গ্ৰাহকৰ লাগতিয়াল কৰি তুলিৰ পাৰিলে, আমি গ্ৰাহকসকলৰ অগ্ৰহৰপৰা বঞ্চিত নহওঁ বুলি আমাৰ বিশ্বাস। আৰু এটা কথা, আমি যদি বতৰত ওলাব নোৱাৰি, কেনাই খোৱা ৰা আৰু ভাৰতৰীয়া হৈ ওলাই “নোক তোল, মোক তোল” কৰি তেওঁলোকৰ আমনি কৰি থাকো তেতে তেওঁলোকে যদি আমাৰু তুলি লবলৈ মাতি এ তেনেহলে আমাৰ নিৰ পাত এগৰৰ ভাগ তেওঁলোেৰুৰ গাত কৈ যে সৰ হব সেইটো আমি বুজি নাথাকো। আসামত কাকত নানাৰ যিবোৰ কাৰণ আজিলৈকে আমি শুনি আহিছে, সচাকৈ কবলৈ গলে সেইবোৰ ওপৰত আমাৰ ৰা নাই। আমি খুনি নোৰু গাখীৰৰ মাৰে পানী খুৱাবলৈ যাওঁ, আৰু লৰ মানে নিকি তুতি নিন খাওঁ, তেৰে সেই পনীয়া পান কৰিবলৈ আলোয় খান মত গতি কৰিবলৈ ৰাতি যেসকলৰ গাত গায় নিয়ে যুক্তি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৪
অৱয়ব