পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ বাঁহী। [২ বছৰ, ১১ সংখ্যা। মষ্টিৰৰ আগত হাৰি কৰিলে গৈ। মই টা নাগাই সকলো কখ সৈ কাঢ়িলোঁ। খেই হাত কেৰেয়ালখাই মোক ইয়ালৈ পঠিয়ালে। ” ফাটেকত তাক গে কৰিবলৈ এদিন তাৰ ভনীয়েক আহি দপী আৰু সোৰোপা গিৰিয়েকৰ বিষয়ে এক গাভৰু ছোৱালী এজনীৰে দুটা সৰ লৰা লৈ তাই নো কেনে দুখ কষ্টেৰে দিন নিয়াইয়ে এইবোৰ কা ককায়েক কৈ কান্দি মনৰ শোক পাতলাইছিল। এনে তাৰে কি সুখ হৰ, বিয়াৰ খেৰোচা মোকোলাবলৈ না কিয়?” “সেই বিষয়ে উকীলক শুধিছিলে, কিন্তু বিমান টকাৰ বা ফলে শুনি বিচুৰ্ত্তি। ” চনীয়েকৰ অৱস্থা জানি পাৰি বুঢ়াৰ সহায় কৰিবলৈ মন গল। ফাটেকিয়ালবৰৰ ভিতৰত এটাই বুঢ়াক চিনি পাই কলে, “আপগেও। তুমিও ইয়াতে? সাধুকথাৰ খোলো উদং হল নে কি আছে?” “সত্তকাই কি উদয় হয়? অলপ মাননি পালেহে জৰিব-জোকাৰিবৰ মন খাব।" সিহঁতৰ ভিতৰত ১৯১১৫ টকা তুলিবলৈ সি প্ৰস্তাৰ কৰিলে আৰু মূহুৰ্তেতে ২ টা তুলি বুঢ়াৰ হাতত দিলে। বুঢ়াই অনেৰে এইদৰে সাধু কবলৈ ধৰিলে— ফন্সিভ পোলণ্ড মানে এখন সামান্য গাও আলি। ভাত মাজি ইৰ এজনৰ বাৰে আইন ভাঙৰ চহকী মানুহ নাছিল। তাৰ মাথোন বাৰীৰ বাৰ ভালুক আদি নচুৱা, টোকাৰী কেহো আদি লোৱা আৰু আইন বিধৰ সামান্য খেল কৰি জীবিকা অৰ্জা মানুহ আৰু কিছুমান দুৰন্ত বদমাছ, মানুষ বাস কৰিলি। সদাই ভাত পুৱাৰপৰা গধুলিলৈকে গন্ধ, লিৰপৰা পুৱালৈকে পাহাৰৱালা। পাহাৰৱালা! খুন! খুন। ডকাইভ। ভাইভ। ইত্যাদি চিঞৰ হে না যায়। এইবোৰ মানুহৰ মাজও আখাকটা নামে এটা অতি দুৰন্ত নিৰাৰু মানুহ আলি। ইয়াৰ অতিৰি কোনেও নাজানে। তাৰ মৰণ ক'লা, চুলি ৰঙা আৰু মিল কলা ৰাৰে বুঢ়ী বোৰে আৰু যাদু না ৰা তেলেকী ৰাজকৰ বুলিলি। সি কাহ, বান, ব, বা সিগনি, শিখা, উ, ভালক জি এ শোটাইছিল আৰু সেই বোৰ লৈ গেল কৰি যেখুৰাৰৰ মিৰিঞ্জে কিমাশ কেওঁ-কিছু-নোহোৱ শিৰায় সৰ ৰাখিজিল। প্ৰতিদিন পুই শৰা একোটাৰু ৰাহী কলা কী একোডোখৰ সি খাবলৈ যি ৰূৰ যিটো আৰু সেইটোদি শাৰ গায়ে