পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা (২য় খ, ১১শ সংখ্যা। গিনলট গৰু আধাকটা। সকলে দেশত সকলো সমাজত সাধুকথা কোৱা কৰ আছে। যেতিয়া মানুহে বৰ ধৰি কৰি তাই পূৰ্তি লৰা ছোৱালী ৰৈণীয়ে সৈতে চোতা- লত বহি আমকালি দূৰ লয় আৰু জাৰকালি জুহালৰ ওচৰত বহে বা পাটীচাৰীত পৰি বহুত নিশালৈকে ইকাতি সিকাতি কৰি থাকে, তেতিয়া চামোনদৰে নিৰোৰো কৰে বহি শুই নানা ৰকমৰ পানীৰ ঔটেঙা নাসাজি সাধুকথা কবলৈ ভাল পায়। বিদেশৰ মানুহৰ যি বস্তুত আসক্তি সাধুকথাবোৰো তেওঁলোকে সেইদৰেই গঢ়ি। কেৱাৰ ভাও অনুসাৰে সাধুকথাই হাইও কন্দুৱাইও। এতেকে সেইবোৰৰপৰা অনেক কথা শিকিব পাৰি। এনেকুৱা শুৱলা সাধুকথা আছে যে সেইৰেৰে অতি দুৰাচাৰী মহাপাপীৰো মন বিচলিত কৰি দয়াৰ উদ্ৰেক, দীঘল হুমুনি- যাহেৰে মনস্কাপ প্ৰকাশ কৰায় আৰু সি নিজকে পাপী বুলি জানি পাপৰ মধি- গুৰ আৰু ধৰ্ম্মৰ অন্ত হোৱা শুনিলে অপাৰ জানন্দ আৰু নিৰ্ম্মল শকোষ চিন দেখুৱাৰলে বাকী থয়। যদি মানুহে দুৰৱস্থাত পৰি, পেটৰ পো ণিত তং নাপাই ৰা লৰা ছোৱালীৰ বিকলতা অস্থিৰ হৈ বা লোভ সামৰিব নোৱাৰিল পাই বিবেক জ্ঞানক পূৰি খাই ভয়ানক জন্ম কুকাম কৰে আৰু কৰিবলৈ আগ বাড়ে, তথাপি দেখা যায় যে মানুহ যিমানেই পাপ- পঙ্ক পৰি তললৈ যাওক পৰমেশ্বৰ অনুপা মহৎ গুণৰ মোহিনী শক্তি অনুভৱ কৰিবলৈ একেৰাৰে অপাৰগ নয়। | ফন্সি দেশত খুনী চাষী আদি ডাঙৰ আগৰীয়াবিলাক ৰাখিবলৈ এটা বৰফাটেক আছিল। সেই কাটেক মাথোন নিংযোৰক ৰখা হৈছিল। সিহঁতে তাৰ ভিতৰত খাবলৈ শুবলৈ ফুৰি-চাকিৰলৈ আৰু ৰন কৰিবলৈ এনে সুষন্ধব জানে যে অতি নিমাখিত ৰবাৰী নোহোৱা নীলাদ্ৰি মানুহে ইচ্ছাপূৰ্বক চুৰ ডকাইতি আদি কুকৰ্ম কৰি সেই ফাটেক সোৰলৈ বিচাৰে। তাত ফটেকিয়ালবোৰে নিজৰ মনোমত লগীয়া ৰাতি লৈ সময়তে জুম পাতি সিহতৰ মনৰ কথা কৈ আস্ফালন কৰে খে পৰে। এইবোৰৰ মাজ। সাধুকথা জনা বুঢ়া এটাও আছিল।