পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যাঁহী। [২ বছৰ, ১০ম সং । হে ভাৰতে তুমি অতি পূণ্যবান। ‘শ বিও সমমা ৰাজা বেদত ব্যাখ্যান"। তোমাৰ পালনে মুখী ভাৰতৰ প্ৰ। কত উপ কৰি তোমা হেন পালোঁজা। ভাৰত ৰালে তুমি ভাৰত বিধাতা। পৰত প্ৰজাৰ তুমি সুমঙ্গলদাতা। ভাৰত আৰ তুমি মকৰ মপি। তুমি আগমলে প্ৰজা সুখী দিন গণি। থাৰত ভূমি, যাৰ পতি হল তুমি, জযুক্ত থোক ৰাজেশ্বৰ। তোমাৰ মল অৰ্থে ঈশ্বৰ নিকট প্ৰাৰ্থ যত প্ৰজা আছে ভাৰত। (জুতে ৪বিলোচন চত্ৰ ) ৮ দিহিংৱি। চিঠি। সম্পাদক ভাঙৰীয়া, দুখেৰে জনাওঁ যে বাহাৰৰ সংখ্যাৰহীত ৮ “ট্টদেৱ” এৰটোত যে ঘোষাৰ নামে পুথিখন অইলেৱৰ ৰচিত বুলি লিখ। হৈছিল, সেইটো ভুল। সেই পুথিখন ভট্টদেৱৰ ৰচিত নহয়; কবিৰ উপৰিধাৰী গোলদেৱ মানে আল এল কবিৰ ৰাইহে চিত। মোতি কে।