86 হী। [২ বাৰ, সং। 1 সৌৰাহৰ ঠিক তে বৰষুণৰ এডোঙা পানী ভোঙাৰান্ধি ছিল। ঠিক তে পানী ডোঙা দেখি ৰীৰে ভাবিলে, “ওপৰৰ শো চাকৰণৰ ভৰি জৰি পৰি এইয়া মোৰ গোট খাইছে। এতেকে মই নে গত উঠিবলৈ গৈ মিছাতে গাটো টানি আজুৰি মৰে কিয়? ইয়াকে খাই গুচি যাও”। তেওঁ ইয়াকে জাৰি তাকে এই ঘৰলৈ গুচি আহিল। তৃতীয় অধ্যা। খোটনিমাৰি যৰ প্ৰতাপী ৰাজ্য। এই ৰাজ্যৰ বজাৰ নাম প্ৰতাপ সিংহ। এওঁ আমাৰ ৰজাৰ মিত্ৰ ৰ। ৰজাজনো ৰ প্ৰতাপী। গলধন ধৰা গছৰ দৰে নোজোকোৱাকৈ তেওঁ জোকাই লৈছিল; আৰু যাকে যুক্ত খটুৱাইছিল তাকে ভালকৈয়ে এখোটা মিহে এৰিছিল। ওচৰৰ প্ৰায় সকলো ৰাজ্যকে তেওঁ লাং-লা-ঠাৎ ঠাৎ কৰি নিজৰ তলতীয়া কৰি দিনে দিনে অদম্য এলা- ৱেৰে ৰাজ্য বিস্তাৰ কৰিবলৈ ধৰিলে। মহৰ এবাৰ গলখন ধৰিলে সেই গলধন নহে মানে দি ফেৰ পাতিৰই; আৰু নোজোকালেও জোকাৰ, এই কথা সহৰাল বাপৰ ঘৰৰ গোন্ধাই শাক শুধিলেই খোলেচা পোৱা ৰাষ। এইবাৰো আমাৰ ৰজা ৰাজসিংহক প্ৰতাপ সিংহই জোকাই চাবলৈ মন মেলিলে। সেই বাবে ভাল ভাল মাল খাছি তিনিটা মাল কচুহাটী ৰাজ্যলৈ তেও পঠিয়াই দিলে। মান্স আহি কচুহী নগৰ সোমালহি। ৰাজসিংহ চ’ৰাত মেল মাৰি বহি আছে; এনেতে মালে যথানিয়মে দীঘল দি পৰি সৰ্গদেৱত জনালে, "সৰ্গদেউ আমি খাল। আমাৰু ৰজা প্ৰতাপ সিংহই আপোনাৰ গুৰিলৈ পঠিয়াই দিছে। আৰু কৈ পঠিয়াইছে হয় ৰাজ্য দিক, নহয় যুদ্ধ নিয়”। ৰজাৰ মূৰত আকশীচৰগ ভাগি পৰিল। মূৰৰপৰা গুৰিলৈকে মি আমি তেওঁৰ ভয়-জোল ববলৈ ধৰিলে। এনেতে মন্ত্ৰী বুঢ়াগোহাঁই ডাঙ- ৰীয়াই মাত লগালে—“সৰ্গদেউ চিন্তা নকৰিব, এই মালৰ লগত যুজিব পৰা আমাকে মাল আছে। আমাৰ মৌ-খোৱা ৰীৰ নো গৈছে কলৈ আৰু মৌ-খোৱা থাকোতে জামাৰ কি হৰ চিতা? এই কথা শুনি ৰজাৰ ধাতু আহিল, এক মৌখোৱা ৰীৰক মাতিবলৈ টেকো পঠিয়ালে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯২০
অৱয়ব